• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধানসভাৰ বিধায়কৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পাৰিবনে অখিল গগৈ?: কি ক’লে অধিবক্তাই?

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
May 11, 2021 4:40 pm
Akhil Gogoi

শিৱসাগৰৰ পৰা নিৰ্বাচিত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। ফাইল ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছতো অখিল গগৈ এতিয়াও কাৰাৰুদ্ধ হৈ আছে। সাংবিধানিক পদ এটাত অধিষ্ঠিত হোৱাৰ পাছতো এনে কাৰাগাৰৰ জীৱন যাপন কিয় বুলিও সচেতন মহলত প্ৰশ্ন উত্থাপিত হৈছে।

কালি অনুষ্ঠিত হৈ যোৱা শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে নৱ নিৰ্বাচিত মন্ত্ৰীসকলেও শপত গ্ৰহণ কৰে তথা শেহতীয়াকৈ আজি মন্ত্ৰীৰ দপ্তৰসমূহো ভগাই দিয়া হয়।

Apply Now

কালিৰ শপত গ্ৰহণ অনুষ্ঠানত বিৰোধী পক্ষৰো বিধায়কৰ উপস্থিতি দেখিবলৈ পোৱা গৈছিল। কিন্তু শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক হৈও এই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিলে বিধায়ক অখিল গগৈয়ে।

তেওঁৰ পত্নী গীতাশ্ৰী তামুলীৰ প্ৰকাশ কৰা অনুসৰি অখিল গগৈক কাৰাগৰৰ পৰা মুক্ত কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হ’ব।

কিন্তু এতিয়া প্ৰশ্ন হয় যে বিধায়কৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব পাৰিবনে অখিল গগৈয়ে?

এই সন্দৰ্ভত আমাৰ সাংবাদিকৰ আগত অখিল গগৈৰ অধিবক্তা কৃষ্ণ গগৈয়ে কয় “আমি এই সন্দৰ্ভত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছো আৰু এই বিষয়ত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ে কালিলৈ ৰায় প্ৰদান কৰিব।”

‘অখিল গগৈয়ে যিহেতু সাংবিধানিক পদবী এটা লাভ কৰিছে। গতিকে তেওঁক বিধানসভাত বিধায়কৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে অনুমতি প্ৰদান কৰিব লাগে বুলি উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছো।‘ কৃষ্ণ গগৈয়ে এইদৰে কয়।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm
নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm
নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd