• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ষোভত ফাটি পৰিল ‘শক্তিমান’ মুকেশ খান্না, কাক খেদি খেদি পিটিবলৈ উপদেশ দিলে শক্তিমানে, কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 12, 2021 2:30 pm
918
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে হঠাৎ টুইটাৰকে ধৰি সামাজিক মাধ্যমসমূহত ‘শক্তিমান’ মুকেশ খান্নাৰ মৃত্যু সংবাদ বিয়পি পৰে।

ইয়াৰ পূৰ্বে তেওঁৰ অসুস্থ হোৱাৰো কোনো খবৰ পোৱা নগৈছিল।

মৰ্মাহত অনুৰাগীসকলে অভিনেতাজনৰ আত্মাৰ শান্তিৰ কামনা কৰিবলৈও আৰম্ভ কৰি দিছিল।

কিন্তু তাৰ পাছতে ‘শক্তিমান’ৰ পুনৰ আগমণ ঘটিল ইনষ্টাগ্ৰামত।

 

View this post on Instagram

 

A post shared by Mukesh Khanna (@iammukeshkhanna)

মঙলবাৰে ৰাতিয়ে তেওঁ এটা ভিডিঅ’যোগে তেওঁৰ সুস্থ অৱস্থাৰ খবৰ দিয়ে।

”মই বহুত ভালকৈ আছো। আপোনালোকৰ প্ৰাৰ্থনাৰে মই সুস্থ।”- অনুৰাগীসকলক তেওঁ কয়।

তদুপৰি ভিডিঅ’টোত তেওঁ পৰামৰ্শ দিয়ে যে যিসকলে এনেধৰণৰ খবৰ বিয়পাইছে, সিহঁতক ধৰি ধৰি মাৰক।

সেই লোকসকলক তেওঁ অন্ধকাৰৰ দূত বুলিও আখ্যা দিয়ে।

তেওঁ কয় যে উৰাবাতৰিৰ ফলত তেওঁৰ পৰিয়ালতো আতংক বিয়পি পৰিছে, ফোনৰ পাছত ফোন আহিছে।

Recent News

বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও

বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও

গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

গাজাৰ সন্ত্ৰাস আৰু কিছু আনুষংগিক প্ৰশ্ন…

গাজাৰ সন্ত্ৰাস আৰু কিছু আনুষংগিক প্ৰশ্ন…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd