• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২১ মে’ৰ পৰা তিনিদিনৰ বাবে বিধানসভাৰ প্ৰথমখন অধিৱেশন ; কি বিষয়ে লাভ কৰিব গুৰুত্ব?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 12, 2021 6:12 pm
building
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰ গঠন হোৱাৰ পাছত প্ৰথমবাৰলৈ অহা ২১ মে’ৰ দিনা অনুষ্ঠিত হ’ব বিধানসভাৰ প্ৰথমখন অধিৱেশন।

তিনিদিনৰ বাবে অনুষ্ঠিত হ’ব বিধানসভাৰ এই প্ৰথমখন অধিবেশন।

Apply Now

কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজত এই বিধানসভাৰ অধিৱেশনে বিশেষ গুৰুত্ব লাভ কৰিব। কোভিড পৰিস্থিতিয়ে এই বিধানসভাৰ নিৰ্বাচনত বিশেষ গুৰুত্ব লাভ কৰিব।

কোভিড পৰিস্থিতি চৰকাৰে কেনেদৰে মোকাবিলা কৰিব বা এইক্ষেত্ৰত চৰকাৰৰ ৰৈ যোৱা বিভিন্ন ভুল-ত্ৰুটি দেখুৱাব বিৰোধীয়ে।

ইয়াৰোপৰি, অৰ্থনৈতিক তথা সামাজিক উন্নয়ন, বিভিন্ন সমষ্টিৰ সমস্যাসমূহ নিৰ্বাচিত হৈ অহা বিধায়কসকলে দাঙি ধৰিব।

তাৰ লগতে বিভিন্ন বিভাগত পূৰ্বৰ চৰকাৰৰ দিনত ৰৈ যোৱা বিভিন্ন বেমেজালিসমূহ দাঙি ধৰাৰ উপৰি এই সন্দৰ্ভত বিভাগীয় মন্ত্ৰীৰ পৰা উত্তৰো বিচাৰিব বিৰোধী পক্ষৰ বিধায়কসকলে।

এই ক্ষেত্ৰত বিৰোধীৰ ভূমিকা লক্ষণীয় হ’ব যদিও বৰ্তমানলৈকে বিৰোধীৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হোৱা নাই লগতে দলপতি-উপ দলপতি কোন হ’ব সেয়া এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই।

ইপিনে, এই বিধানসভা অধিৱেশনৰ অন্য এটা গুৰুত্বপূৰ্ণ দিশ হৈছে বহু নতুন নতুন বিধায়কে শপতগ্ৰহণ কৰাৰ লগতে কাৰাগাৰৰ পৰা আহি শপতগ্ৰহণ কৰিবলৈ নিয়া আদালতৰ পৰা অনুমতি লাভ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।

তেওঁ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি পুনৰ জিএমছিলৈ যাব। তেওঁক সম্পূৰ্ণ নিৰাপত্তা বেষ্টনীৰ মাজৰে লৈ যোৱা হ’ব বুলি জানিব পৰা গৈছে। বিধানসভাৰ অধিৱেশনত অখিল গগৈৰ ভূমিকা কি হয় সেয়া সময়ত লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd