• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজৰ মৃ্ত্যুৰ উৰাবাতৰি নহয়, আন এটা কাৰণতহে জীৱনত প্ৰথম ভয় খালে ‘শক্তিমান’ মুকেশ খান্নাই!

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2021 3:09 pm
455
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে ৰাতি ‘শক্তিমান’ মুকেশ খান্নাই জনালে যে জীৱনত তেওঁ প্ৰথমবাৰৰ বাবে ভয় খালে।

সামাজিক মাধ্যমযোগে তেওঁ জনালে যে কৰোণা যুদ্ধত জয়ী হৈ তেওঁৰ বায়েক পৃথিৱী এৰি গুছি গ’ল।

তেওঁ জনায় যে কৰোণা সংক্ৰমণৰ ফলত বায়েকৰ হাওঁফাওঁ বিকল হৈ পৰিছিল।

তাৰপাছত ক’ভিডমুক্ত হোৱাৰ পাছতো শেষ ৰক্ষা নাপালে।

कल घंटो मैं मेरी मौत की झूठी ख़बर का सच बताने का संघर्ष करता रहा। लेकिन मुझे पता नहीं था कि एक भयंकर सच मेरे ऊपर मँडरा…

Posted by MUKESH KHANNA on Wednesday, 12 May 2021

উল্লেখযোগ্য যে মঙলবাৰে ক’ভিডত আক্ৰান্ত হৈ মুকেশ খান্নাৰ মৃত্যু হোৱা বুলি উৰা বাতৰি উলাইছিল।

অভিনেতাজনে কয় যে মঙলবাৰে যেতিয়া নিজৰ মৃত্যুৰ উৰা বাতৰি পাইছিল, তেতিয়া ঘুণাক্ষৰেও অনুভৱ কৰা নাছিল যে মৃত্যু ইমান ওচৰতে ৰৈ আছে!

অভিনেতাজনৰ বায়েক কমল কাপুৰে দিল্লীত বাস কৰিছিল আৰু বেছি কিছু দিন ধৰি কৰোণাত ভুগি আছিল।

চিকিৎসকৰ পৰামৰ্শ মানি চলাত নিৰ্দিষ্ট সময়ত সুস্থ হৈ পৰে তেওঁ।

 

Recent News

ৰাজাৰ হত্যাকাৰীক টকা দিয়া হৈছিল জিতেন্দ্ৰ ৰঘুবংশীৰ একাউণ্টৰ পৰা; কোন এইজন ব্যক্তি?

ৰাজাৰ হত্যাকাৰীক টকা দিয়া হৈছিল জিতেন্দ্ৰ ৰঘুবংশীৰ একাউণ্টৰ পৰা; কোন এইজন ব্যক্তি?

বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও

বিশ্বত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পাইছে ইছলাম ধৰ্মীয়লোকৰ সংখ্যা! বৃদ্ধি পাইছে নাস্তিকৰ সংখ্যাও

গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

গুজৰাটৰ আহমেদাবাদ বিমানবন্দৰত লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd