• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ প্ৰশাসনত ব্যাপক ৰদ-বদল : ৰাজ্যৰ বহু জিলাত নতুন উপায়ুক্তক দায়িত্ব প্ৰদান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 16, 2021 9:51 pm
Transfer-750x375
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ৰাজ্য চৰকাৰে জাৰি কৰা এক নিৰ্দেশনা যোগে ৰাজ্যৰ কিছু সংখ্যক আইএএছ আৰু এচিএছ বিষয়াক ৰদ-বদল কৰি জিলাসমূহৰ উপায়ুক্ত হিচাপে বদলি কৰিছে।

অসম চৰকাৰৰ কৰ্মচাৰী (প্ৰশাসন) বিভাগৰ সচিব টি পি বৰগোহাঁই-এ জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, অসম চৰকাৰৰ বিত্ত বিভাগৰ উপ সচিব আয়ুষ গাৰ্গ(আইএএছ)ক বদলি কৰি বাক্সা জিলাৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

Apply Now

অসম ৰাজ্যিক ৱেৰহাউচিং কৰ্পোৰেচন লিমিটেডৰ পৰিচালনা বিভাগৰ যুটীয়া সচিব, সঞ্চালক আৰু বৰপেটাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত তেজ প্ৰসাদ ভুশাল(আইএএছ)ক বৰপেটাৰ উপায়ুক্ত আৰু ডব্লিউপিটি আৰু বিচিৰ সচিব তথা এআৰএনটি বিভাগ আৰু অসমৰ টিআৰআইৰ সঞ্চালক বিনীতা পেগু(আইএএছ)ক বদলি কৰি চৰাইদেউৰ উপায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

হাইলাকান্দিৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা নৰেন্দ্ৰ কুমাৰ শ্বাহ(আইএএছ)ক বদলি কৰি চিৰাঙৰ উপায়ুক্ত আৰু অসম চুক্তি ৰূপায়ণ আৰু সীমান্ত অঞ্চল উন্নয়ন বিভাগ, গৃহ আৰু ৰাজনৈতিক সচিব প্ৰভাতী থাউচেন(আইএএছ)ক দৰং জিলাৰ উপায়ুক্ত ৰূপে নিযুক্তি দিয়া হৈছে।

 

দৰঙৰ অতিৰিক্ত উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডি(আইএএছ)ক ধেমাজি, কৰিমগঞ্জৰ উপায়ুক্ত অন্বামুথন এমপি(আইএএছ)ক ধুবুৰী, চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ সঞ্চালক মীনাক্ষী দাস নাথ(এচিএছ)ক গোৱালপাৰা আৰু শোণিতপুৰৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙ(আইএএছ)ক গোলাঘাট জিলাৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

 

শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত ৰোহন কুমাৰ ঝা(আইএএছ)ক হাইলাকান্দি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব তথা সঞ্চালক অশোক কুমাৰ বৰ্মন(এচিএছ)ক যোৰহাট, কাচাৰৰ অতিৰিক্ত উপায়ুক্ত আৰু কাচাৰ সংস্থাপন বিষয়া সুমিত চট্টাৱন(আইএএছ)ক লখিমপুৰ আৰু হাইলাকান্দিৰ উপায়ুক্ত মেঘা নিধি দাহাল(আইএএছ)ক কোকৰাঝাৰ জিলাৰ উপায়ুক্ত হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

লখিমপুৰৰ উপায়ুক্ত খৰ্গেশ্বৰ পেগু(এচিএছ)ক কৰিমগঞ্জ, উচ্চ শিক্ষা বিভাগৰ সচিব গীতিমণি ফুকন(এচিএছ)ক নলবাৰী, উদ্যোগ আৰু বাণিজ্য আৰু দক্ষতা, উদ্যমিতা উন্নয়ন বিভাগৰ পাৱাৰ নাৰ্ছিং চম্ভাজি(আইএএছ)ক তিনিচুকীয়া, কৰিমগঞ্জৰ অতিৰিক্ত উপায়ুক্ত হিভাৰে নিচাং গৌতম(আইএএছ)ক দক্ষিণ শালমৰা মাকাচাৰ জিলাৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত পবিত্ৰ ৰাম খাউণ্ড(এচিএছ)ক শোণিতপুৰ, নিৰ্বাচন বিভাগৰ উপ সচিব, যুটীয়া কাৰ্যবাহী বিষয়া ডঃ পি উদয় প্ৰবীণ(আইএএছ)ক ওদালগুৰি আৰু উদ্যোগ আৰু বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব উৎপল শইকীয়াক পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm
পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

পাকিস্তানত স্কুলৰ চাদ ভাঙি কমেও ২৯ জনৰ মৃত্যু! নিহতৰ ভিতৰত ২৮টিয়েই শিশু, এগৰাকী শিক্ষয়িত্ৰী

October 15, 2026 4:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd