• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বুটিং কৰি থকা অৱস্থাতে আঘাতপ্ৰাপ্ত হ’ল নিক জোনাছ, হস্পিতালত ভৰ্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2021 1:46 pm
337
VIEWS
Share on FacebookShare on Twitter

শ্বুটিং কৰিবলৈ গৈ আঘাতপ্ৰাপ্ত হৈছে প্ৰিয়ংকা চোপ্ৰাৰ স্বামী তথা মাৰ্কিন পপ তাৰকা  নিক জোনাছ।

টেলিভিছনৰ এটা অনুষ্ঠানৰ বাবে শনিবাৰে শ্বুটিং কৰি আছিল  নিএক।

সেই সময়তে হঠাৎ আঘাত পায় পপ তাৰকাজনে।

লগালগ তেওঁক এম্বুলেন্সযোগে চিকিৎসালয়লৈ লৈ যোৱা হয়।

নিকৰ আঘাত কিমান গুৰুত্তৰ এতিয়ালৈকে জানিব পৰা হোৱা নাই।

দেওবাৰে চিকিৎসালয়ৰ পৰা তেওঁক মুকলি কৰি দিয়া হয়।

আঘাতপ্ৰাপ্ত হোৱাৰ ক্ষেত্ৰত অৱশ্যে ২৮ বৰ্ষীয় নিকৰ এয়াই প্ৰথম নহয়।

২০১৮ চনত শৰীৰচৰ্চা কৰি থকা অৱস্থাত হাতত আঘাত পাইছিল পপ তাৰকাজনে।

বৰ্তমান নিক লচ এঞ্জেলছত থকাৰ বিপৰীতে চিনেমাৰ শ্বুটিঙৰ কামত প্ৰিয়ংকা বিগত এবছৰ ধৰি লণ্ডনত আছে।

Recent News

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

বিশ্ববিদ্যালয় চৌহদত গাড়ীত মৃত অৱস্থাত উদ্ধাৰ ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ নশ্বৰ দেহ

গাজাৰ সন্ত্ৰাস আৰু কিছু আনুষংগিক প্ৰশ্ন…

গাজাৰ সন্ত্ৰাস আৰু কিছু আনুষংগিক প্ৰশ্ন…

গণশিল্পী ৰাজীৱ শদিয়াৰ ভূমি কেলেংকাৰীত জড়িত এজনক গ্ৰেপ্তাৰ

গণশিল্পী ৰাজীৱ শদিয়াৰ ভূমি কেলেংকাৰীত জড়িত এজনক গ্ৰেপ্তাৰ

পাকিস্তানৰ সেনা বিষয়া অসীম মুনিৰৰ আমেৰিকা ভ্ৰমণে ভাৰতত উদ্বেগৰ সৃষ্টি কৰিছে!

পাকিস্তানৰ সেনা বিষয়া অসীম মুনিৰৰ আমেৰিকা ভ্ৰমণে ভাৰতত উদ্বেগৰ সৃষ্টি কৰিছে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd