• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ শিক্ষা বিভাগলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন নিৰ্দেশ; কি কি আছে নিৰ্দেশসমূহত?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 19, 2021 10:39 am
index.jpg
1.1k
VIEWS
Share on FacebookShare on Twitter

শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত শিক্ষা বিভাগৰ কাম-কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নিম্নোল্লিখিত নিৰ্দেশনাসমূহ প্ৰদান কৰে —

▶️শিক্ষক নিযুক্তি আৰু বদলিকৰণ আইন কঠোৰভাৱে বলৱৎকৰণৰ নিৰ্দেশ।

▶️ মাদ্ৰাছাসমূহক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰাৰ নিৰ্দেশ।

▶️ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অগ্ৰাধিকাৰ ভিত্তিত শিক্ষক নিযুক্তিৰ নিৰ্দেশ।

▶️ ৰাজ্যৰ ইঞ্জিনিয়াৰিং আৰু পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ বাবে এক স্বতন্ত্ৰ নিযুক্তি প্ৰদানকাৰী সংস্থা গঠনৰ নিৰ্দেশ।

▶️ ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ খালী পদসমূহত দ্ৰুততাৰে শিক্ষক নিযুক্তি সম্পূৰ্ণ কৰাৰ নিৰ্দেশ।

▶️নতুন আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠাৰ লগতে শিক্ষক ৰিটেনশ্যন পলিচী যুগুতৰ নিৰ্দেশ।

▶️ চাহ বাগিচা এলেকাৰ বিদ্যালয়সমূহৰ বাবে শিক্ষকৰ পদ সৃষ্টিৰ নিৰ্দেশ।

▶️ কলেজ শিক্ষকৰ নিযুক্তিক এক নিয়মীয়া প্ৰক্ৰিয়াৰূপে গ্ৰহণৰ নিৰ্দেশ।

▶️ গুণোৎসৱৰ ফলাফলৰূপে হাতত ল’বলগীয়া আন্তঃগাঁথনিমূলক কামসমূহ শীঘ্ৰে সমাপ্ত কৰাৰ নিৰ্দেশ।

▶️ নতুনকৈ গঠন কৰা জিলা আৰু মহকুমাসমূহৰ বাবে শীঘ্ৰে প্ৰশাসনিক পদসমূহ পূৰণৰ নিৰ্দেশ।

▶️ নৱনিযুক্ত শিক্ষকসকলে যাতে অহা ১ জুনৰ ভিতৰত দৰমহা লাভ কৰে, সেয়া সুনিশ্চিত কৰাৰ নিৰ্দেশ।

▶️ স্কুটী বিতৰণৰ বাকী কামসমূহ ১৫ জুনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ।

▶️ সকলো শিক্ষকক একেটা নিয়ন্ত্ৰণকাৰী সংস্থাৰ অধীনলৈ আনিব পৰা যায় নেকি সেয়া পৰীক্ষাৰ বাবে শিক্ষা বিভাগক নিৰ্দেশ।

Recent News

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি বিশ্ব দবাত খলকনি তুলিলে ভাৰতীয় কন্যা দিব্যা দেশমুখে

বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি বিশ্ব দবাত খলকনি তুলিলে ভাৰতীয় কন্যা দিব্যা দেশমুখে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd