• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ বিৰোধী দলপতি পদত দেৱব্ৰত শইকীয়া; বাকী কেইবাগৰাকীলৈও বিশেষ দায়িত্ব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 20, 2021 6:21 pm
Debabrata-Saikia8-768x469

দেৱব্ৰত শইকীয়া। ফাইল ফটো।

340
VIEWS
Share on FacebookShare on Twitter

পুনৰ বিৰোধী দলপতি হিচাপে নিযুক্তি দিয়া হ’ল দেৱব্ৰত শইকীয়াক। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই কথা ঘোষণা কৰিছে।

আনহাতে, বিৰোধী উপ দলপতি হিচাপেও বাহাল থাকিল ৰকিবুল হুছেইন।

এইবাৰ কংগ্ৰেছ বিধায়িনী দলৰ মুখ্য সচেতক হিচাপে নিযুক্তি দিয়া হৈছে ৱাজেদ আলি চৌধুৰীক।

কংগ্ৰেছ বিধায়িনী দলৰ উপ মুখ্য সচেতক হিচাপে কমলাক্ষ দে পুৰকায়স্থক দিয়া হৈছে নিযুক্তি।

কংগ্ৰেছ বিধায়িনী দলৰ সচিব হিচাপে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক দিয়া হৈছে দায়িত্ব।

সেইদৰে, কংগ্ৰেছ বিধায়িনী দলৰ মুখপাত্ৰ হিচাপে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইক আৰু কোষাধক্ষ হিচাপে ৰেকিবুদ্দিন আহমেদক দায়িত্ব দিয়া হৈছে।

Recent News

কানাড়া সাহিত্যিক বানু মুস্তাকলৈ তেওঁৰ ‘হাৰ্ট লেম্প’ চুটিগল্প সংকলনৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা

কানাড়া সাহিত্যিক বানু মুস্তাকলৈ তেওঁৰ ‘হাৰ্ট লেম্প’ চুটিগল্প সংকলনৰ বাবে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা

সীমান্তত হ্ৰাস পাইছে উত্তেজনা! ১২ দিনৰ অন্তত অনুষ্ঠিত হ’ল আটাৰী-ৱাগাহত বিটিং ৰিট্ৰিট

সীমান্তত হ্ৰাস পাইছে উত্তেজনা! ১২ দিনৰ অন্তত অনুষ্ঠিত হ’ল আটাৰী-ৱাগাহত বিটিং ৰিট্ৰিট

ইতি কথা-কেচটো নগেন : ৰিমলী বৰকটকী

ইতি কথা-কেচটো নগেন : ৰিমলী বৰকটকী

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

গুৱাহাটীত আজি নিশাও হ’ব ধাৰাসাৰ বৰষুণ! সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd