• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰিকল্পিত হত্যা কৰা হৈছিল নেকি ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাডোনাক? তদন্ত অব্যাহত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2021 9:33 pm
260
VIEWS
Share on FacebookShare on Twitter

যোৱা বৰ্ষৰ ২৫ নৱেম্বৰত মৃত্যু হৈছিল ফুটবলৰ ৰাজপুত্ৰ ডিয়েগো মাৰাডোনা।

মাৰাডোনাৰ মৃত্যুৰ পাছত অনুৰাগীসকল শোকস্তব্ধ হোৱাৰ উপৰিও তেওঁৰ মৃত্যুক লৈ বহুতো প্ৰশ্নও উত্থাপন কৰিছিল।

ইয়াৰ মাজতে মাৰাডোনাক পৰিকল্পিত হত্যা কৰাৰ সন্দেহত ৭ জন লোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰা হৈছে।

আৰ্জেণ্টিনাৰ এক আদালতৰ পৰা এই খবৰ সংবাদসংস্থা এএফপিলৈ প্ৰেৰণ কৰা হৈছে।

অভিযুক্তসকলৰ মাজত আছে স্নায়ু শল্য চিকিৎসক লিঅ’পল্ড ল্যুক, মনোৰোগ বিশেষজ্ঞ অগাষ্টিনো কোচাছভ আৰু মনোবিজ্ঞানী কাৰ্লোছ ডিয়াজ।

অভিযোগৰ সত্যতা প্ৰমাণিত হ’লে ৮ৰ পৰা ২৫ বছৰলৈকে এওঁলোকৰ কাৰাদণ্ড হ’ব পাৰে।

৬০ বৰ্ষীয় মাৰাডোনা মৃত্যু হওঁতে হৃদৰোগত মৃত্যু হোৱা বুলি খবৰ উলাইছিল।

তাৰপাছতে তেওঁৰ মৃত্যুৰ তদন্ত আৰম্ভ হয়।

তদন্তত জনা গৈছে যে মাৰাডোনাৰ চিকিৎসাত গাফিলতি হৈছিল।

অভিযুক্তসকল বিদেশ ভ্ৰমণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

মাৰাডোনাৰ দুই কন্যাই স্নায়ু শল্য চিকিৎসক ল্যুকৰ বিৰুদ্ধে অভিযোগ আৰোপ কৰে।

মস্তিষ্ক অস্ত্ৰোপচাৰৰ পাছত মাৰাডোনাৰ শৰীৰ অধিক বেয়ালৈ ঢাল খোৱাৰ বাবে ল্যুকক দায়ী কৰে মাৰাডোনাৰ দুই কন্যাই।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd