• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পি পি ই কিট পিন্ধি কোভিড ৰোগীৰ কাষত ধুবুৰীৰ জিলা উপায়ুক্ত অন্বামুথন এম পি

ধুবুৰীত কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অন্বামুথন এম পিয়ে আৰম্ভ কৰিছে তৎপৰতা

মুকেশ কুমাৰ সিং by মুকেশ কুমাৰ সিং
May 27, 2021 8:20 pm
Dhuburi DC in Hospital with PPE kit

ধুবুৰীৰ হাস্পাতালত পিপিই কিট পিন্ধি জিলা উপায়ুক্ত অন্বামুথন এম পি। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধুবুৰী জিলাৰ কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে দিনে নিশাই প্ৰচেষ্টা অব্যাহত ৰাখিছে জিলাখনৰ নৱনিযুক্ত উপায়ুক্ত অন্বামুথন এম পিয়ে৷

যোৱা  ২২ মে’ত দায়িত্ব লোৱাৰ পাছৰে পৰা উপায়ুক্তগৰাকীয়ে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়াক লগত লৈ জিলাখনৰ কোভিড চিকিৎসালয়, প্ৰতিষেধক প্ৰদান কেন্দ্ৰ আদি পৰিদৰ্শন কৰি সৰ্বসাধাৰণ লোকৰ স্বাস্থ্যসেৱাত যাতে কোনোধৰণৰ হীন দেড়ি নহয় তাক নিশ্চিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷

Apply Now

জিলা উপায়ুক্তগৰাকীয়ে আজি ধুবুৰী অসামৰিক চিকিৎসালয়ত থকা কোভিড হাস্পতালত উপস্থিত হৈ পি পি ই কিট পিন্ধি চিকিৎসাধীন ৰোগীসকলৰ স্বাস্থ্যৰ অৱস্থা আৰু তেওঁলোকে লাভ কৰা সা-সুবিধাৰ বুজ লয়৷

জিলা উপায়ুক্তগৰাকীয়ে বিশেষকৈ কোভিড ৰোগীসকলে পৰ্যাপ্ত অক্সিজেন লাভ কৰিছেনে সেই সন্দৰ্ভত জানিবলৈ বিচাৰে৷ চিকিৎসাধীন ৰোগীসকলে প্ৰয়োজনৰ সময়ত পৰ্যাপ্ত অক্সিজেন আৰু অন্যান্য সুবিধা লাভ কৰা বুলি উপায়ুক্তগৰাকীক জনায়৷

ধুবুৰী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ বি কে দাস, কোভিড ৱাৰ্ডৰ নডেল বিষয়া ডাঃ ইফটিকাৰ ৰহমানে কোভিড ৱাৰ্ডৰ ভিতৰত কৰা পৰ্যবেক্ষণত উপায়ুক্তগৰাকীক সংগ দিয়ে৷

ধুবুৰী অসামৰিক চিকিৎসালয়ৰ অধীনত ডি আৰ ডি এ অতিথি নিবাসত ৩০ খন আৰু চিকিৎসালয়খনৰ ওপৰ মহলাত ৬খন সহ মুঠ ৩৬খন কোভিড ৰোগীৰ চিকিৎসা বিচনা আছে৷ জিলা উপায়ুক্তগৰাকীয়ে অতিৰিক্ত ২০খন বিচনা যোগ দিবলৈ নিৰ্দেশ দিয়ে৷

আনহাতে, জিলা উপায়ুক্তগৰাকীয়ে কালি জিলাখনৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰবোৰ পৰিদৰ্শন কৰে আৰু আৰক্ষী ৰিজাৰ্ভ চিকিৎসালয়ক আদৰ্শ প্ৰতিষেধক প্ৰদান কেন্দ্ৰলৈ পৰ্যবেসিত কৰাৰ প্ৰস্তাৱ দিয়ে৷

কালি তেওঁ বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ো পৰিদৰ্শন কৰে আৰু চিকিৎসালয়খনক এশখন বিচনাযুক্ত কোভিড কেয়াৰ কেন্দ্ৰলৈ পৰ্যবেশিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়৷

ধুবুৰী জিলা উপায়ুক্তগৰাকীয়ে কালি শৰৎ চন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ো পৰিদৰ্শন কৰি মহাবিদ্যালয়খনক কোভিড কেয়াৰ কেন্দ্ৰলৈ পৰ্যবেসিত কৰাৰ নিৰ্দেশ আগবঢ়ায়৷

Tags: COVID-19
মুকেশ কুমাৰ সিং

মুকেশ কুমাৰ সিং

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd