• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’না পৰিস্থিতিৰ মাজতে প্ৰেমিকাৰ সৈতে গোপনে বিয়া পাতিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে

এন ই নাও নিউজ by এন ই নাও নিউজ
May 30, 2021 1:50 pm
boris
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না পৰিস্থিতিৰ মাজতে গুপুতে গুপুতে তৃতীয় বাৰৰ বিয়া পাতিলে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে। দীৰ্ঘদিনৰ প্ৰেমিকা কেৰি ছাইমণ্ডছৰ সৈতে বিবাশপাশত আৱদ্ধ হ’ল বৰিছ জনছন।

বাতৰি অনুসৰি, কৰ’না পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লণ্ডনৰ ৱেষ্টমিনষ্টাৰ কেথিড্ৰেল চাৰ্চত শনিবাৰে জনছন আৰু কেৰিয়ে যুগ্ম জীৱনৰ শপত লয়।

Apply Now

দেওবাৰে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ডাউনিং ষ্ট্ৰীটৰ এগৰাকী মুখপাত্ৰই আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰীৰ বিয়াৰ বিষয়টো সদৰী কৰে।

সূত্রসমূহৰ মতে অতি গোপনে সম্পন্ন কৰা হয় এই বিয়া। আনকি জনছনৰ সহকৰ্মীসকলেও একো খৱৰ নাপালে। কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ডত বৰ্তমান বিয়াত আমন্ত্ৰিত অতিথিৰ সংখ্যা ৩০জন বান্ধি দিয়া হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ চৰকাৰৰ নিয়ম অনুসৰণ কৰিয়েই নগন্য সংখ্যক আমন্ত্ৰিতৰ উপস্থিতিত বিবাহ অনুষ্ঠানটো সম্পন্ন কৰে।

লণ্ডনৰ স্থানীয় সময় অনুসৰি শনিবাৰে দুপৰীয়া ১-৩০ বজাত হঠাতে ৱেষ্টমিনষ্টাৰ কেথিড্ৰেল চাৰ্চৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ কৰি দিয়া হয়। ইয়াৰ পাছতে এটি বগা গাউন পিন্ধি লিমুজিন গাড়ীত বহি বিয়াৰ অনুষ্ঠানত আহি উপস্থিত হয় কেৰি ছাইমণ্ডছ। তাতেই বিয়াৰ সকলো ৰীতি সম্পন্ন কৰা হয়।

জানিব পৰা মতে, ২০১৯চনত বৰিছ জনছন প্ৰধানমন্ত্ৰী পদত উপবিষ্ট হোৱাৰ পাছৰে পৰাই ৫৬বছৰীয়া বৰিছ আৰু ৩৩বছৰীয়া কেৰি লিভ-ইন কৰিছিল।

যোৱা বছৰ বৰিছ আৰু ছাইমণ্ডছ দুয়োজনেই একাত্ম হোৱাৰ কথা চূড়ান্ত কৰিছিল। অতি সোনকালেই পৃথিৱীলৈ তেওঁলোকৰ সন্তান অহাৰ কথাও ব্যক্ত কৰিছিল। ২০২০ত তেওঁলোকৰ সন্তান নিকোলাছ জনছনৰ জন্ম হয়।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে বৰিছ জনছনে কেতিয়াও ব্যক্তিগত জীৱনৰ কথা পোহৰলৈ অনা নাই। ইয়াৰ পূৰ্বেও তেওঁৰ বিৰুদ্ধে বিবাহ বহিৰ্ভূত সম্পৰ্কৰ অভিযোগ উঠিছিল। তাৰ বাবে জনছনক এবাৰ কনজাৰভেটিভ পাৰ্টিৰ পৰা বৰ্খাস্তও কৰা হৈছিল। ইয়াৰ পূৰ্বে জনছনে দুবাৰ বিয়া কৰোৱাৰ বিষয়ে জানিব পৰা যায় যদিও তেওঁৰ মুঠতে কেইটি সন্তান আছে সেয়া পোহৰলৈ অহা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ বিভিষিকা: ইজৰাইলৰ আক্ৰমণৰ পাছতেই ইৰাণত থকা ভাৰতীয়ক স্বদেশলৈ উভতিবলৈ নিৰ্দেশ

June 8, 2026 5:34 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসমৰ আন এক সফলতা: বিশ্ব বক্সিং কাপৰ ভাৰতীয় দলত মৰাণৰ গীতিমণি গগৈ

June 8, 2026 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

ৰায়দান প্ৰত্যাহাৰৰ দাবীৰে প্ৰাক্তন ন্যায়াধীশলৈ প্ৰাণনাশৰ ভাবুকি! লণ্ডনত ন্যায়াধীশৰ কন্যাক শাৰীৰিক আক্ৰমণ দুৰ্বৃত্তৰ

June 8, 2026 6:56 pm
গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

গুৱাহাটীত অবৈধ গাঞ্জা ব্যৱসায়ৰ প্ৰতিবাদ কৰাত উত্তপ্ত পৰিস্থিতি: অনাঅসমীয়াৰ আক্ৰমণৰ বলি সাংবাদিক আৰু প্ৰতিবাদকাৰী

June 8, 2026 6:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd