• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰাগাৰৰ পৰাই কৰ্মযজ্ঞ আৰম্ভ অখিল গগৈৰ; কেনেদৰে কৰিব সমষ্টিৰ উন্নয়ন?

৩খন বিশেষ সমিতিয়ে পৰিচালনা কৰিব শিৱসাগৰ সমষ্টিৰ উন্নয়ন

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
June 1, 2021 4:43 pm
WhatsApp Image 2021-06-01 at 3.54.43 PM

গুৱাহাটীত ৰাইজৰ দলৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰাগাৰৰ পৰাই কৰ্মযজ্ঞ আৰম্ভ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈৰ। বিধায়কৰ ক্ষমতাৰ পূৰ্ণ বিকেন্দ্ৰীকৰণ কৰি সমষ্টিবাসীৰ হাতলৈ কৰা হৈছে ক্ষমতাৰ হস্তান্তৰকৰণ।

ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ভাস্ক ডি শইকীয়াই মঙ্গলবাৰে সংবাদমেল যোগে এই কথা সদৰী কৰে।

Apply Now

সংবাদমেল অনুষ্ঠিত কৰি ৰাইজৰ দলৰ কাৰ্য্যকৰী সভাপতি ভাস্ক ডি শইকীয়াই কয়,”কাৰাগৰৰ পৰাই শিৱসাগৰ সমষ্টিৰ কৰ্মযজ্ঞ আৰম্ভ কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ উদ্যোগত সমষ্টিবাসীক লগত লৈ সম্পূৰ্ণ গণতান্ত্ৰিক ব্যৱস্থাৰে সমষ্টিৰ উন্নয়নৰ পদক্ষেপ হাতত লোৱা হৈছে।‘’

সমষ্টিৰ উন্নয়নৰ বাবে বিধায়কৰ হাতত থকা ক্ষমতা এক গণতান্ত্ৰিক আৰু বিজ্ঞানসন্মত আৰ্হিৰে সমষ্টিবাসীৰ হাতলৈ অৰ্পণ কৰা হৈছে।

৩খন বিশেষ সমিতিয়ে পৰিচালনা কৰিব শিৱসাগৰ সমষ্টিৰ উন্নয়ন। সমিতি তিনিখন হ’ল ক্ৰমে- সমষ্টি পৰিচালনা সমিতি, সমস্যা চিনাক্তকৰণ সমিতি আৰু পৰ্যটন উন্নয়ন উপদেষ্টা সমিতি।

এক কথাত কবলৈ গ’লে বিধায়কৰ হাতত থকা সমষ্টিৰ উন্নয়ন সকলো ক্ষমতাৰ ৱাৰ্ড পৰ্যন্ত বিকেন্দ্ৰীকৰণ কৰা হৈছে। তিনিখন সমিতিৰ নিৰ্দিষ্ট পৰিচালনা নীতি নিৰ্দেশনা কৰা হৈছে।

সেই অনুসৰি সমষ্টিৰ পৰিচালনা সমিতিয়ে বিধায়কগৰাকীক সমষ্টিৰ উন্নয়নৰ সকলো দিশত সহায়-সহযোগ, দিশ নিৰ্ণয় আৰু পৰামৰ্শ প্ৰদান কৰিব।

১জুন, ২০২১ৰ পৰা কাৰ্যকৰী হোৱা এই সমিতিৰ কাৰ্যকাল এবছৰীয়া হ’ব। এই সমিতিয়ে সমষ্টিবাসীৰ সকলো সমস্যাৰ বুজ ল’ব আৰু সমাধানৰ পদক্ষেপ গ্ৰহণ কৰিব।

সমিতিৰ সকলো সদস্যৰ লগত আলোচনাৰ মাধ্যমেৰে বিধায়কে শেষ সিদ্ধান্ত গ্ৰহণ কৰিব।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd