• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিৰ সাংবাদিক দিগন্ত ভূঞাৰ অকাল মৃত্যু

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
June 3, 2021 7:42 am
dd
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চামগুৰিৰ এগৰাকী সৎ ,নিষ্ঠাবান, নিৰ্ভীক আৰু নিৰপেক্ষ সাংবাদিক দিগন্ত ভূঞাৰ আজি পুৱা অকাল মৃত্যু হোৱাত শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতে।
আজি পুৱা প্ৰায় ৭-৩০ মান বজাত সাংবাদিক দিগন্ত ভূঞায়ে বাসগৃহত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৷
বিয়োগ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে চামগুৰি অঞ্চল বিভিন্ন লোকৰ লগতে অনুষ্ঠান, প্ৰতিষ্ঠানৰ বিষয়ববীয়া সকল তেওঁৰ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷
সৰৱৰহী আৰু মৰমীয়াল দিগন্ত ভূঞাই জনমভূমি কাকত খনৰ জড়িয়তে সাংবাদিকতা জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত নিউজ টাইম অসমৰ চামগুৰিস্থিত সাংবাদিক হিচাপে দীৰ্ঘদিন ধৰি কৰ্মৰত আছিল ৷
জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসাম(জুৱা)ৰ কলিয়াবৰ জিলাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰা সাংবাদিক গৰাকীয়ে জুৱাৰ ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক হিচাপেও সেৱা আগবঢ়াইছিল ৷

সাংবাদিক দিগন্ত ভূঞাৰ মৃত্যুত নিউজ টাইম আসামৰ পৰিয়াল বৰ্গ ,জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসাম লগতে সংযুক্ত সাংবাদিক সন্থা চামগুৰি (উকাচ), চামগুৰি প্ৰেছ ক্লাৱ, পুৰণিগুদাম প্ৰেছ ক্লাৱ, চামগুৰি ইলেক্ট্ৰনিক মেডিয়া এছ‘চিয়েশ্যন, নগাঁও ইলেক্ট্ৰনিক মিডিয়া এছ‘চিয়েশ্যন, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,পুৰণিগুদাম আঞ্চলিক সমিতি, সাংবাদিক পৰিষদ অসমৰ নগাঁও জিলা সমিতি, নগাঁও জিলা বাৰ্তাজীৱি সংঘ,বঢ়মপুৰ প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷আনহাতে চামগুৰি সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে চামগুৰিস্থিত সাংবাদিক দিগন্ত ভূঞাৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সাংবাদিক গৰাকীৰ পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷

Apply Now

আনহাতে কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া আৰু বাজিয়াগাওঁ মণ্ডল বিজেপিৰ সভাপতি প্ৰানজিৎ বৰাই সাংবাদিক গৰাকীৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগলে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ৷

অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ,চামগুৰিৰ ৰাজহ চক্ৰ বিষয়া প্ৰাঞ্জল বৰুৱা,চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণ কান্ত দলে,নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকা, সম্পাদকদ্বয় ভাস্কৰ জ্যোতি মেধি,চন্দন জ্যোতি বৰা,বাৰ্তাজীৱি সংঘ,নগাঁৱৰ অখিল চন্দ্ৰ দাস,সম্পাদক মিজু বৰা প্ৰমুখ্যে অনেক গুণমুগ্ধই সাংবাদিক দিগন্ত ভূঞাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

দিগন্ত ভূঞাৰ অকাল মৃত্যুত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ মুখপাত্ৰ মানস প্ৰতিম গগৈৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd