• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰসিদ্ধ চিত্ৰ নিৰ্মাতা, কবি বুদ্ধদেৱ দাসগুপ্তাৰ পৰলোকপ্ৰাপ্তি, ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্নজনৰ শোক

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2021 5:56 pm
bbk
214
VIEWS
Share on FacebookShare on Twitter

প্ৰসিদ্ধ চিত্ৰ নিৰ্মাতা, কবি বুদ্ধদেৱ দাসগুপ্তা আৰু নাই।আজি পুৱা তেওঁ কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে। বঙালী ভাষাৰ ছবি জগতক এক নতুন মাত্ৰাপ্ৰদান কৰা বুদ্দদেৱ দাসগুপ্তাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৭ বছৰ। প্ৰসিদ্ধ চিত্ৰ নিৰ্মাতাগৰাকীয়ে বহু দিন ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল।

একাধিক ৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত দাসগুপ্তাই মৃত্যুৰ সময়ত পত্নী আৰু দুই কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে।চিত্ৰ নিৰ্মাতাগৰাকীৰ মৃত্যুৰ কবৰ বিয়পি পৰাৰ লগে লগে টলীউডত শোকৰ ছাঁ পৰে।

দাসগুপ্তাৰ মৃত্যুত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শোক প্ৰকাশ কৰি টুইটাৰত কৈছে যে বুদ্ধদেৱ দাসগুপ্তাই তেওঁৰ অনবদ্য বৰঙণিৰে আমাৰ সংস্কৃতিক চহকী কৰি থৈ গ’ল।তেওঁৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি।উপ-ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱেও দাসগুপ্তাৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুদ্দদেৱ দাসগুপ্তাক এগৰাকী চিত্ৰনিৰ্মাতাৰ লগতে মহান চিন্তশীল ব্যক্তি বুলিও অভিহিত কৰিছে।তেওঁ দাসগুপ্তাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰিছে।পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল জগদীপ ধানকাৰেও দাসগুপ্তাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

১৯৪৪ চনত পশ্চিমবংগৰ দক্ষিণ পুৰলিয়াৰ আনাৰাত জন্মগ্ৰহম কৰা বুদ্ধদেৱ দাসগুপ্তাই কলকাতা বিশ্ববিদ্যালয়ৰ অধীনস্থ স্কটিছ চাৰ্ছ কলেজত শিক্ষাগ্ৰহণ কৰি পৰৱৰ্তী সময়ত অৰ্থনীতি বিষয়ৰ এগৰাকী অধ্যাপক হিচাবে কৰ্মজীৱন আৰম্ভ কৰিছিল।

১৯৬৮ চনত দ্য কণ্টিনেণ্ট অৱ লাভ নামৰ ১০ মিনিট দৈৰ্ঘৰ এখন তথ্যচিত্ৰৰে তেওঁ ছবি জগতত খোজ পেলাইছিল।

১৯৭৮ চনত তেওঁ দুৰন্ত নামৰ পূৰ্ণ দৈৰ্ঘৰ ছবি খন নিৰ্মাণ কৰিছিল।বুদ্ধদেৱ দাসগুপ্তাৰ কেইখন মান উল্লেখযোগ্য ছবি হৈছে ক্ৰমে বাঘ বাহাদুৰ,তাহাদেৰ কথা,চৰাচৰ,উত্তৰা আদি।

Recent News

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

নতুনকৈ পাৰমাণৱিক কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণ! ইজৰাইলৰ নিদ্ৰা হৰণ কৰাৰ প্ৰতিজ্ঞা ইৰাণৰ

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

প্ৰেমেই যেন স্বৰ্গসুখ! ৰক্তচাপ কমিব আৰু হৃদযন্ত্ৰও শক্তিশালী হ’ব; আৰু কি কয় গৱেষণাই?

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী মহানগৰ শাখা আৰু গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ যৌথ উদ্যোগত সৈনিক শিল্পী বিষ্ণুৰাভা দিৱস উদযাপন…

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

‘বিমান দুৰ্ঘটনাত পৰিয়ালৰ সদস্যক হেৰুৱাই মৰ্মাহত Twelfth Fall’ৰ অভিনেতা বিক্ৰান্ত মেছাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd