• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুদিনৰ বাবে মুকলি আকাশৰ তললৈ বিধায়ক অখিল গগৈ,চেলেংহাটলৈ গৈ সাক্ষাৎ কৰিব মাতৃক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 25, 2021 11:20 pm
ak

চান্দমাৰী বাসগৃহত পুত্ৰ নচিকেতাৰ লগত অখিল গগৈ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুদিনৰ বাবে মুকলি আকাশৰ তললৈ ওলাই আহিল শিৱসাগৰৰ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈ।

একাধিক গোচৰত অভিযুক্ত হৈ বৰ্তমান স্বাস্থ্যজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে বন্দী হৈ থকা অখিল গগৈক তেওঁৰ বৃদ্ধা মাতৃক সাক্ষাৎ কৰাৰ বাবে দুদিনৰ বাবে মুকলি কৰি দিলে NIA ৰ আদালতে।

Apply Now

সেইমৰ্মে আজি নিশা ৯ বজাৰ পিছত জিএমচিএইছৰ পৰা ওলাই আহে অখিল গগৈ। বিধায়ক গগৈয়ে তেওঁৰ বৃদ্ধা মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰিবলৈ উদগ্ৰীৱ হৈ আছিল।

অখিল গগৈয়ে চান্দমাৰীৰ বাসগৃহত ইতিমধ্যে উপস্থিত হৈছে। । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা পোনে পোনে চান্দমাৰীৰ নিজৰাপাৰৰ গৃহলৈ নিয়া হয় অখিল গগৈক।

নিশাই মাতৃক সাক্ষাতৰ বাবে নিয়া হ’ব যোৰহাটৰ বাসগৃহলৈ। প্ৰায় ডেৰ বছৰৰ অন্তত নিজৰ মৰমৰ ঘৰখনত উপস্থিত হৈছে অখিল গগৈ।

aa12
চান্দমাৰী বাসগৃহত পত্নী- পুত্ৰৰ লগত অখিল গগৈ

তেওঁ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰে যোৰহাটৰ চেলেংহাট গাঁৱলৈ গৈ মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰিব। উল্লেখ্য চাবুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এগৰাকীক ঘুঁচিয়াই দাঁত ভঙা গোচৰত অভিযুক্ত হোৱা গোচৰটো NIA ই লৈছিল।

ইতিমধ্যে, কেইমাহমান পূৰ্বে গোচৰটোত জামিন লাভ কৰিছিল যদিও অলপতে NIA ৰ আদালতে গোচৰটোৰ পৰা দোষমুক্ত কৰে কাৰাৰুদ্ধ অখিল গগৈক।

gg
অখিলৰ পত্নী স্নেহ

কিন্তু এতিয়াও যেন অখিল গগৈৰ ডিঙিৰ পৰা NIA ৰ কাঁইটডাল আঁতৰা নাই। এতিয়াও একাধিক গোচৰৰ পৰা মুক্ত হোৱা নাই কাৰাৰুদ্ধ অখিল গগৈ।

ৰাইজৰ দলৰ দাবী —জামিন প্ৰদান কৰি শীঘ্ৰেই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈক মুক্তি দিব লাগে।

gf
পুত্ৰক কাষত পাই আনন্দত আত্মহাৰা হৈ পৰিছে অখিল। আনন্দতে সাৱটি ধৰিলে পুত্ৰক

উল্লেখ্য আজি দিনৰ ভাগত অখিল গগৈৰ মাতৃ আৰু পুত্ৰক সাক্ষাৎ কৰাৰ বাবে নিয়া আদালতে আবেদন মঞ্জুৰ কৰে।

অখিলৰ হৈ অধিবক্তাই আবেদন জনাইছিল নিয়া আদালতত।

ইপিনে, চান্দমাৰী বাসগৃহত উপস্থিত হৈয়েই পুত্ৰ-পৰিবাৰক লগ পাই উৎফুল্লিত হৈ পৰে অখিল গগৈ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

৫০০ টকাৰ ঘোচ লোৱাক লৈ কৰিছিল তীব্ৰ প্ৰতিবাদ : ১ বছৰ নহওতেই সেই আই পি এছ বিষয়াৰ বিৰুদ্ধে ১ কোটি টকাৰ ঘোচ লোৱাৰ অভিযোগ!

August 13, 2026 8:54 am
গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd