• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পইতাচোৰাৰ জ্যুচ! চীনৰ লোকসকলৰ কিয় ইমান প্ৰিয়? জানিলে আচৰিত হ’ব আপুনি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2021 2:05 pm
cockroach-juice
829
VIEWS
Share on FacebookShare on Twitter

কিছুমান খাদ্য খোৱাৰ কথা শুনিলে হয়তো আপোনাৰ গা শিয়ৰি উঠিব। তাতেই সেয়া যদি পইতাচোৰাৰ জ্যুচ হয়, তেতিয়া কি কৰিব আপুনি?

পইতাচোৰা দেখিলে আমাৰ বহুতেই ভয় কৰে বা বহুতেই ঘৃণা কৰে। কিন্তু চীনৰ লোক এইক্ষেত্ৰত কিছু সুকীয়া। তেওঁলোকৰ খাদ্য তালিকাত পইতাচোৰাৰ বিশেষ স্থান আছে।

চীনৰ ছিছুয়াং প্ৰদেশৰ ছিচাঙত এটা সংস্থাই প্ৰস্তুত কৰে পইতাচোৰাৰ চৰ্বত বা ককৰ’ছ জ্যুচ। সংস্থাটোৱে ইয়াৰ ফাৰ্মত বছৰি ৬০০কোটি পইতাচোৰাৰ জন্ম দিছে। বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি পইতাচোৰাৰ খেতি কৰিছে।

এই খেতিৰ পইতাচোৰা পেষ্ট কৰি বনোৱা হয় বিশেষ দৰৱ ‘ককৰ’ছ জ্যুচ’। সংস্থাটোৱে দাবী কৰা মতে, ককৰ’ছ জ্যুচ খালে খাদ্যনলী তথা শ্বাসযন্ত্ৰৰ ৰোগ নিৰাময় হয়। অৱশ্যে এয়া কিমান বিজ্ঞানসন্মত তাক লৈ প্ৰশ্নৰ উদয় হৈছে।

পইতাচোৰা আটাইতকৈ পুৰণি জীৱন্ত প্ৰাণী। পইতাচোৰা মাৰিবলৈ যিমানেই বিষাক্ত দ্ৰব্য নোলাওক কিয় বিশ্বৰ পৰা ইয়াক শেষ কৰিব পৰা হোৱা নাই। অৱশ্যে পইতাচোৰাই সাধাৰণতে বিশেষ একো ক্ষতি নকৰে।

পিটপিটাই ঘুৰি ফুৰা পইতাচোৰা দেখিলে আমাৰ মানুহৰহে গা-মন জোকাৰ খাই উঠে। তদুপৰি, ই লেতেৰা স্থানতহে নিজৰ বাহ পাতে।

প্ৰাচীন চীনা চিকিৎসা অনুসৰি, পইতাচোৰাৰ চৰ্বত বা চুপে পেটৰ অসুখ, বমি বন্ধ কৰাৰ লগতে পেটৰ আলচাৰৰ কষ্টও দূৰ কৰে।

সেয়া যিয়েই নহওক, ককৰ’ছ জ্যুচ খাই চীনৰ মানুহৰ পেট বেয়া হোৱা, বমি ভাল হ’লেও আমাৰ মানুহ পেট-বমি আৰম্ভহে হৈ যাব। সেয়ে, খোৱাৰ কথাটো নাভাৱিবই, পাৰিলে ককৰ’ছ মৰা স্প্ৰে এটা ঘৰত ৰখাহে ভাল।

Recent News

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

শিক্ষক সৱলীকৰণ: শ্ৰীমন্ত শংকৰ একাডেমীত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি

শিক্ষক সৱলীকৰণ: শ্ৰীমন্ত শংকৰ একাডেমীত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd