• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিমট’মেটিক ফুটবল জ্বৰ আৰম্ভ! ইউৰো কাপৰ হাইভল্টেজ ছেমিফাইনেলত কোন কাৰ মুখামুখি হ’ব?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 4, 2021 10:10 am
euro 2020-semi
201
VIEWS
Share on FacebookShare on Twitter

চলিত ইউৰো কাপৰ ছেমিফাইনেলত স্পেইন আৰু ইটালীয়ে আগতেই স্থান চূড়ান্ত কৰিছে।

তাৰপাছতেই জেনমাৰ্কে চেক গণৰাজ্যক পৰাজিত কৰি ইউৰো-২০২০ৰ অন্তিম চাৰিটা দলত স্থান নিশ্চিত কৰাৰ পাছত ছেমিফাইনেলৰ অন্তিম চাৰিটা দলত স্থান লাভ কৰিলে ইংলেণ্ডেও।

ইংলেণ্ডে ইউক্ৰেনক পৰাজিত কৰি ছেমিফাইনেলত উপনীত হৈছে।

এতিয়া কথা হ’ল ইউৰো কাপৰ ছেমিফাইনেল দুখনত কোনটো দল কাৰ সৈতে মুখামুখি হ’ব বা সেইদৰে শেষ চাৰিটা দলৰ খেলসমূহ কেতিয়া, ক’ত আৰু কোনদিনাখন অনুষ্ঠিত হ’ব সেইটো চোৱা যাওক।

দুখন ছেমিফাইনেল খেল অনুষ্ঠিত হ’ব প্ৰসিদ্ধ ওৱেম্বেলি ষ্টেডিয়ামত। প্ৰথমখন ছেমিফাইনেলত ডেনমাৰ্কৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ইংলেণ্ড। খেলখনত নিশ্চিতভাৱে ঘৰুৱা খেলপথাৰৰ সুবিধা লাভ কৰিব ইংলেণ্ডে।

EURO 2020 semi-finals set ✅

🇮🇹🆚🇪🇸 Italy vs Spain
🏴󠁧󠁢󠁥󠁮󠁧󠁿🆚🇩🇰 England vs Denmark

Who are you backing to lift the 🏆❓#EURO2020 pic.twitter.com/SjjvZ6PSAb

— UEFA EURO 2024 (@EURO2024) July 3, 2021

ইউৰো কাপ-২০২০-ৰ  ছেমিফাইনেলৰ সূচীঃ-

প্ৰথম ছেমিফাইনেলঃ ইটালী বনাম স্পেইন।

স্থানঃ ওৱেম্বেলি ষ্টেডিয়াম।

তাৰিখ আৰু সময়ঃ ৭জুলাই বুধবাৰ (দৰাচলতে মঙলবাৰ নিশা)। সময় নিশা ১২ বাজি ৩০ মিনিটত।

দ্বিতীয় ছেমিফাইনেলঃ ইটালী বনাম স্পেইন।

স্থানঃ ওৱেম্বেলি ষ্টেডিয়াম।

তাৰিখ আৰু সময়ঃ ৮ জুলাই বৃহস্পতিবাৰ (দৰাচলতে বুধবাৰে নিশা)। সময় নিশা ১২ বাজি ৩০ মিনিটত।

Recent News

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd