• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা

বিজেপি চৰকাৰৰ দিনত সাধাৰণ জনতাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে : ৰিপুন বৰা

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
July 5, 2021 5:04 pm
con122
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাসহ সাংসদ গৌৰৱ গগৈয়ে এক সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ ফলত সম্প্ৰতি পেট্ৰ’ল,ডিজেল,ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীৰ মূল্য কথা উত্থাপন কৰে।

এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি ৰিপুন বৰাই কয় ‘বিজেপি চৰকাৰে পেট্ৰল,ডিজেল,ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰিক সা- সামগ্ৰীৰ মূল্য আকাশলংঘী হৈছে আৰু সাধাৰণ জনতাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। এনে পৰিপ্ৰেক্ষিততে যোৱা ২৪ জুন তাৰিখে কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ সভাপতিত্বত অনুষ্ঠিত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা তত্ত্বাৱধায়কসকলৰ বৈঠকত সমগ্ৰ দেশজুৰি ৰূপায়ণ কৰিবলগীয়া এলানি ব্যাপক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হৈছে।’

Apply Now

 

এই অনুসৰি অসমতো অহা ৭ জুলাইৰ পৰা ১৭ জুলাইৰ ভিতৰত ব্লক,জিলা আৰু ৰাজ্যিক পৰ্যায়ত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। অসমৰ লগতে সমগ্ৰ দেশজুৰি ৰূপায়ন কৰিবলগীয়া প্ৰতিবাদী কাৰ্যসূচীসমূহ হৈছে।

(ক) অহা ৭ জুলাইৰ পৰা ১৭ জুলাইৰ ভিতৰত ৰাজ্যৰ প্ৰতিটো
ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত কোভিড প্ৰট’কল ৰক্ষা কৰি দুঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হ’ব।

প্ৰতিবাদকাৰীসকলে কাঁহি বাতি বজাই,ধৰ্ণা দি প্ৰতিবাদ সাব্যস্ত কৰিব আৰু ইয়াত মহিলা কংগ্ৰেছ ,যুৱ কংগ্ৰেছকে ধৰি ব্লক পৰ্যায়ৰ সকলো ভাতৃ-ভগ্নী সংগঠন,বিভাগ আৰু কোষৰ নেতৃত্বই অংশগ্ৰহণ কৰিব।

(খ) প্ৰতি জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত জিলা আৰু মহকুমা সদৰত দলৰ নিৰ্বাচিত জনপ্ৰতিনিধিৰ লগতে সকলো পৰ্যায়ৰ বিষয়ববীয়াৰ অংশ গ্ৰহণেৰে নগৰাঞ্চল এলেকাত প্ৰতিবাদী চাইকেল সমদল বাহিৰ কৰা হ’ব।

প্ৰতিবাদকাৰীসকলে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড ব্যৱহাৰ কৰাৰ লগতে শ্লোগান দিব।

(গ) অহা ১৭ জুলাইত কোভিড প্ৰট’কল মানি চলি প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত ৰাজ্যৰ ৰাজধানী চহৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি,কংগ্ৰেছ বিধায়িনী দলৰ নেতা,সাংসদ,বিধায়ক তথা দলীয় বিষয়ববীয়াৰ অংশগ্ৰহণেৰে প্ৰতিবাদী সমদল বাহিৰ কৰা হ’ব।

(ঘ) প্ৰতি জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত পেট্ৰ’ল পাম্পসমূহত গ্ৰাহকৰ পৰা স্বাক্ষৰ সংগ্ৰহ অভিযান চলোৱা হ’ব।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

ৰেপো ৰেট অপৰিৱৰ্তিত! EMI হ্ৰাস কৰাৰ আশাত চেঁচা পানী, কিয় সতৰ্ক স্থিতি গ্ৰহণ কৰিলে RBI-য়ে?

June 5, 2026 11:51 am
ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

ব্ৰিটেইনত ২৩ বছৰীয়া বিবাহ বিচ্ছেদৰ যুঁজৰ অন্তত ভাৰতীয় মহিলাই লাভ কৰিলে ৮৫ কোটি টকা

June 5, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

ফ্ৰান্সক পৰাস্ত কৰি আইভৰি কোষ্টৰ চমক; কোনোমতে ৰক্ষা পৰিল স্পেইনও, বিশ্বকাপৰ পূৰ্বে অঘটন?

June 5, 2026 1:12 pm
জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

জালুকবাৰীত মাজনিশা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ চাৰিজনে; ভষ্মীভূত একাধিক ঘৰ

June 5, 2026 12:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd