• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ইম্ফলত ২৮সংখ্যক গভৰ্নৰছ কাপ ইনভাইটেশ্যনেল প’ল’ টুৰ্নামেণ্টৰ সামৰণি

সভাপতি ছামম by সভাপতি ছামম
March 29, 2018 9:49 pm
polo tournament
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে ২৮সংখ্যক গভৰ্নৰছ কাপ ইনভাইটেশ্যনেল প’ল’ টুৰ্নামেণ্টত মণিপুৰ পুলিচ স্প’ৰ্টছ ক্লাব-বি’ক ৯-৪ৰ ব্যৱধানত পৰাস্ত কৰি  চিংখেই হুনবা প’ল’ ক্লাবে পুৰুষৰ বিজয়ীৰ খিতাপ জয় কৰিছে। আনহাতে, ১৭সংখ্যক গভৰ্নৰছ মহিলা প’ল’ টুৰ্নামেণ্টত  কে এম এম ৰাইডিং স্কুল ছিংজামেইক ৭-১ৰ ব্যৱধানত পৰাস্ত কৰি ইম্ফল ৰাইডিং ক্লাব বিজয়ী হৈছে। এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ইম্ফলৰ ইম্ফল প’ল’ গ্ৰাউণ্ড মাপাল কানজেইংবাঙত।

গভৰ্নৰছ কাপ ইনভাইটেশ্যনেল প’ল’ টুৰ্নামেণ্টৰ সামৰণী অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল ড০ নাজমা হেপতুল্লা উপস্থিত আছিল। ড০ হেপতুল্লাই তেওঁৰ ভাষণত কয় যে মণিপুৰৰ চতুৰ্থগৰাকী ৰাজ্যপাল জেনেৰেল কে ভি কৃষ্ণ ৰাৱে বিজয়ীৰ ট্ৰফীটো দান কৰি গভৰ্নৰছ কাপ প’ল’ টুৰ্নামেণ্টৰ সূচনা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁৰ উত্তৰসূৰী শ্ৰী চিন্তামণি পাণিগ্ৰাহীয়ে ৰানাৰ্ছ আপ ট্ৰফীটো দান কৰিছিল। ২০০৮ৰ পৰা ২০১৩লৈকে মণিপুৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা শ্ৰী গুৰবচন জগতেও বৰ্তমানৰ কেইটামান ট্ৰফী দান দিছিল। মুখ্য অতিথি গৰাকীয়ে আৰু কয় যে এই খেলটো প্ৰখ্যাত হৈ পৰা দেখা পাই তেওঁ  যথেষ্ট উৎসাহী হৈ পৰিছে।

Apply Now

এই খেলটোৰ বিকাশৰ বাবে সংশ্লিষ্ট সকলোৰে সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজন। ৰাজ্যৰবাহিৰে ভিতৰে এই খেলত ভালদৰে চিনাকী কৰাই দিব লাগিব বুলিও তেওঁ কয়। আম্পায়ৰসকলেও এই খেলবিধৰ আধুনিক নিয়মসমূহ সেইবোৰৰ ব্যাখ্যা সম্পৰ্কে অৱগত হ’ব লাগিব বুলিও তেওঁ কয়। তেওঁ এই খেলবিধৰ অবিশ্চেদ্য অংগ মণিপুৰী ঘোঁৰাৰ জাতটো ৰক্ষা কৰাৰ ক্ষেত্ৰত দায়বদ্ধ হ’ব লাগিব বুলিও মন্তব্য কৰে।

তাৰ পাছত পুৰুষ আৰু মহিলা দলৰ বিজয়ীসকলক পুৰস্কাৰ বিতৰণ কৰা হয়। অংশগ্ৰহণকাৰী দলসমূহ আৰু প্ৰাক্তন প’ল’ খেলুৱৈসকলকো নগদ ধন প্ৰদান কৰা হয়।

মণিপুৰ বিধানসভাৰ অধ্যক্ষ য়ুমনাম খেমচান্দে অনুষ্ঠানটোত সভাপতিত্ব কৰিছিল আৰু মণিপুৰ হৰ্ছ ৰাইডিং আৰু প’ল’ এছোচিয়েশ্যনৰ সভাপতি এইচ দিলীপ সিং আৰু উপদেষ্টা ড০ কে এছ এইচ চৌৰজিত সিঙো মঞ্চত উপস্থিত আছিল।

উল্লেখ্য যে ২৮সংখ্যক গভৰ্নৰছ কাপ  ইনভাইটেশ্যনেল প’ল’ টুৰ্নামেণ্ট আৰু ১৭সংখ্যক গভৰ্নৰছ উইমেন’ছ প’ল’ টুৰ্নামেণ্ট আৰম্ভ হৈছিল ২০১৮ৰ ২১ মাৰ্চত।

সভাপতি ছামম

সভাপতি ছামম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

ভাইজাগ ষ্টীল প্লাণ্টত ভয়াবহ দুৰ্ঘটনা : ১৬০০ ডিগ্ৰীৰ তৰল লোহা পৰি ৮ জন শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক গুৰুতৰভাৱে আহত

June 9, 2026 9:08 pm
হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

হলিউড বক্স অফিচত জেনজি ইউটিউবাৰৰ ধুমুহা : সলনি হৈছে চিনেমা নিৰ্মাণৰ পুৰণি ধাৰা

June 9, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd