• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ভিডৰ সময়ত ১০ টকা ফিজৰ বিনিময়ত চিকিৎসা প্ৰদানৰে চৰ্চা লাভ কৰিছে বিশ্বনাথৰ এজন মানৱ দৰদী চিকিৎসকে

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
July 8, 2021 12:28 pm
kk
264
VIEWS
Share on FacebookShare on Twitter

ক’ভিডৰ সময়ত চিকিৎসক সকলে প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে নিজকে নিয়োজিত কৰি আহিছে ।

বহু সময়ত এনে কভিদ যোদ্ধা শাৰীৰিক ভাবে নিগৃহীত হ’ব লগীয়াও হৈছে ।

এনে মূহুৰ্তত বহু চিকিৎসকে আজিও কাৰ্য সুচাৰু ৰূপে সম্পাদন কৰি অহা পৰিলক্ষিত হয় ।

এনে এগৰাকী চিকিৎসক হৈছে বিশ্বনাথ জিলাৰ পাভৈৰ ডা: ৰঞ্জন গগৈ ।

এসময়ত উচ্চ পদস্থ চৰকাৰী চিকিৎসা বিষয়াৰ পদ এৰা এই গৰাকী চিকিৎসকে ক’ভিডৰ সময়ত এতিয়া অতি কম ফিজতে চিকিৎসা কৰি আছে ৰোগী সকলৰ ।

সম্প্ৰতি ডা: ৰঞ্জন গগৈয়ে পাভৈত এখন ব্যক্তিগত চিকিৎসালয় খুলি চিকিৎসা সেৱা আগবঢ়াই আহিছে ।
উক্ত চিকিৎসালয়খনত ১০ টকা ফিজৰ বিনিময়ত আৰ্থিক ভাৱে দুৰ্বল ৰাইজক চিকিৎসা কৰি আহিছে এই গৰাকী মানৱ দৰদী চিকিৎসকে।

চিকিৎসক গৰাকীয়ে প্ৰকাশ কৰা মতে পৰিস্থিতি স্বাভাৱিক নোহোৱা পয্যন্ত ৰোগী পৰীক্ষাৰ বাবদ ১০ টকাহে গ্ৰহণ কৰিব ৷

ইফালে চিকিৎসকজনে দুখীয়া ৰাইজক ঔষধ বাকীকৈ দিওতে এতিয়া বহু লাখ টকাৰ বাকী হৈছে যদিও কোনো আক্ষেপ নাই চিকিৎসক গগৈৰ।

আনহাতে চিকিৎসক গৰাকীয়ে যিবোৰ ফাৰ্মাচীত ড্ৰাগছ জাতীয় সামগ্ৰী বিক্ৰী কৰে সেইবোৰ ধৰি আইনগত ভাবে উচিৎ শাস্তি দিব লাগে বুলিও কয় ।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd