• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিজোৰামৰ বিৰুদ্ধে অব্যাহত ‘অথনৈতিক অৱৰোধ’,যোৱা নিশা চাৰি খন বাহনত আক্ৰমণ

 এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2021 6:59 am
hh
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম-মিজোৰাম সীমান্তত কেন্দ্ৰৰ হস্তক্ষেপত আপাততঃ শান্তি উভতি আহিছে যদিও এতিয়াও অসমৰ মাজেৰে ৰাজ্য খনলৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল নিয়মীয়া হৈ উঠা নাই।

এক কথাত কবলৈ গ’লে এতিয়াও কেতবোৰ সংগঠনে মিজোৰামৰ বিৰুদ্ধে অব্যাহত ৰাখিছে ‘অৰ্থনৈতিক অৱৰোধ’।

Apply Now

এনে ঘটনাক্ৰমৰ মাজতে যোৱা নিশা মিজোৰামলৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া চাৰি খন ট্ৰাকত আক্ৰমণ চলায় একাংশ লোকে।

কাচাৰ জিলাৰ ধলাই আৰক্ষী থানাৰ অন্তৰ্গত বাঘা বাজাৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীলৈ যায় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ইপিনে অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাক প্ৰৱেশ কৰিব নোৱাৰা মিজোৰামত ইন্ধনৰো তীব্ৰ নাটনিয়ে দেখা দিছে।

উল্লেখ্য কিছুদিন পূৰ্বে মিজোৰামৰ গৃহ সচিব লালবিয়াকচাংগিয়ে কেন্দ্ৰীয় গৃহ সচিবলৈ লিখা পত্ৰত এই বুলি উল্লেখ কৰিছিল যে অসমে মিজোৰামলৈ যোৱা ৩০৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰখা বাবে মিজোৰামলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান বন্ধ হৈ পৰিছে।

অসম ২৬ জুলাইৰ পৰাই ৰাষ্ট্ৰীয় ঘাইপথটোকে ধৰি মিজোৰামলৈ যোৱা আন পথসমূহ অৱৰুদ্ধ কৰি ৰখা বুলি পত্ৰ খনত অভিযোগ কৰা হৈছিল। পত্ৰ খনত লগতে এই বুলিও কোৱা হৈছে যে ইয়াৰ পূৰ্বেও অসমে মিজোৰামৰ বিৰুদ্ধে ১৭-১০-২০২০ ৰ পৰা ১১-১১-২০২০লৈ অৰ্থনৈতিক অৱৰোধ কৰিছিল।

ইয়াৰ ফলত ৰাজ্য খনে ভীষণ সমস্যাৰ সন্মুখীন হৈছিল। মিজোৰামৰ গৃহ সচিব গৰাকীয়ে কেন্দ্ৰীয় গৃহ সচিবলৈ লিখা পত্ৰত এই বুলি অভিযোগ কৰিছিল যে মিজোৰামক ৰে’ল পথেৰে সংযোগ কৰা বৈৰাবী ৰে’ল ষ্টেচন সংযোগী ৰে’ল পথ ধ্বংস কৰি দিয়া হৈছে।

অসমৰ হাইলাকান্দি জিলাৰ মহম্মদপুৰ আৰু ৰামনাথপুৰ ৰে’ল ষ্টেছনৰ মাজৰ ৰে’লপথ ধ্বংস কৰাৰ বাবে এতিয়া মিজোৰামৰ বৈৰাবী ৰে’ল ষ্টেছনলৈ কোনো ৰে’ল যাব পৰা নাই বুলি পত্ৰ খনত কোৱা হৈছিল।

পত্ৰ খনত এই বুলিও উল্লেখ কৰা হৈছিল যে ৰে’ল আৰু ৰাষ্ট্ৰীয় ঘাইপথ যিহেতু কেন্দ্ৰৰ অধীনস্থ বিষয় সেয়ে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

 এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm
‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

‘আমেৰিকা-পাকিস্তানৰ যুদ্ধ হ’লে ইছলামাবাদৰ কাষত থাকিব ভাৰত’, বিজেপি নেতাৰ মন্তব্যক লৈ অস্বস্তিত গেৰুৱা শিৱিৰ

October 16, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd