• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঐতিহাসিক! টকিঅ’ অলিম্পিকত ভাৰতৰ প্ৰথমটো সোণৰ পদকেৰে নীৰজ চোপ্ৰাই গঢ়িলে অভিলেখ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2021 6:05 pm
E8LtaqxUcAMXPa9

নীৰজ চোপ্ৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টকিঅ’ অলিম্পিকৰ এথলেটিক্সত প্ৰথমটো সোণৰ পদক অৰ্জনেৰে ইতিহাস সৃষ্টি কৰিলে ভাৰতৰ জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই।

প্ৰথমবাৰৰ বাবে অলিম্পিকত ভাৰতীয় দলৰ  হৈ প্ৰতিনিধিত্ব কৰিছিল নীৰজ চোপ্ৰাই। যোগ্যতা নিৰ্ধাৰণকাৰী ৰাউণ্ডৰ প্ৰদৰ্শনেৰে দেশবাসীৰ প্ৰত্যাশা জগাই তুলিছিল খেলুৱৈগৰাকীয়ে।

Apply Now

ফাইনেল স্থান নিশ্চিত কৰা নীৰজ ব্যক্তিগত শ্রেষ্ঠ প্ৰদৰ্শন হৈছে ৮৮.০৭ মিটাৰ। যোগ্যতা নিৰ্ধাৰণকাৰী ৰাউণ্ডৰ প্ৰথম প্ৰচেষ্টাতেই ৮৬.৬৫মিটাৰ জেভলিন থ্ৰ’ কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল নীৰজে।

ফাইনেলৰ প্ৰথম ৰাউণ্ডত ৮৭.০৩ মিটাৰ দূৰত্ব জেভলিন থ্ৰ’ কৰে নীৰজে। সেইদৰে, দ্বিতীয় ৰাউণ্ডত থ্ৰ’ কৰে ৮৭.৫৮ মিটাৰ।

NEERAJ NEERAJ NEERAJ
Our boy Neeraj Chopra has done it! Wins GOLD medal in Javelin Throw.
Jumping with joy 🥳🥳🥳 .
Abhinav Bindra gets company as Neeraj becomes only 2nd Indian athlete to win Individual Gold at Olympics. #Tokyo2020 #Tokyo2020withIndia_AllSports pic.twitter.com/knEwbaC6zv

— India_AllSports (@India_AllSports) August 7, 2021

অৱশ্যে, ফাইনেলৰ তৃতীয় ৰাউণ্ডত নীৰজে ৭৬.৭৯ মিটাৰহে থ্ৰ’ কৰে। কিন্তু চতুৰ্থ আৰু পঞ্চম ৰাউণ্ডতো নীৰজৰ ৰেকৰ্ড চুব নোৱাৰিলে কোনো এগৰাকী প্ৰতিদ্বন্দ্বীয়ে। নীৰজে ৮৭.৫৮ মিটাৰেৰে অভিলেখে গঢ়ি সোণৰ পদক অৰ্জন কৰে।

এইদৰে, ভাৰতৰ হৈ ইতিহাস গঢ়ি স্বাধীন ভাৰতৰ প্ৰথম ট্ৰেক এণ্ড ফিল্ড এথলেট হিচাপে অলিম্পিক পদক জয় কৰে নীৰজে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

June 24, 2026 7:21 pm
ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

June 24, 2026 7:03 pm
স্কটলেণ্ডৰ বিৰুদ্ধে মেচত আৰম্ভণিৰ পৰা নাথাকিব পাৰে নেইমাৰঃ ৰাফিনহাৰ স্থানত কাক খেলাব আঞ্চেলোত্তিয়ে

স্কটলেণ্ডৰ বিৰুদ্ধে মেচত আৰম্ভণিৰ পৰা নাথাকিব পাৰে নেইমাৰঃ ৰাফিনহাৰ স্থানত কাক খেলাব আঞ্চেলোত্তিয়ে

June 24, 2026 6:47 pm
স্কটলেণ্ডৰ বিৰুদ্ধে খেলিবলৈ সম্পূৰ্ণ সাজু নেইমাৰ! আঘাতৰ বাবে বুধবাৰৰ মেচৰ পৰা বাহিৰ ৰাফিনহা

স্কটলেণ্ডৰ বিৰুদ্ধে খেলিবলৈ সম্পূৰ্ণ সাজু নেইমাৰ! আঘাতৰ বাবে বুধবাৰৰ মেচৰ পৰা বাহিৰ ৰাফিনহা

June 24, 2026 6:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

আপোনাৰো আয়ুষ্মান কাৰ্ডৰ আবেদন নাকচ হৈছে নেকি? এই সৰু ভুলবোৰৰ বাবেই বিনামূলীয়া চিকিৎসাৰ পৰা বঞ্চিত হ’ব পাৰে আপুনি!

June 24, 2026 7:21 pm
ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

ভাৰতীয় যাত্ৰীসকললৈ ডাঙৰ সকাহ, ২৭ খন দেশত বিনামূলীয়া ভিছা আৰু ৬৬ খন দেশত ই-ভিছাৰ সুবিধা

June 24, 2026 7:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd