• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি পুনৰ মূলসূঁতিলৈ আহিল এন এল এফ বিৰ তৃতীয়টো বৃহৎ দল

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
August 10, 2021 3:07 pm
nnll
204
VIEWS
Share on FacebookShare on Twitter

এইবাৰ কোকৰাঝাৰ পৰ্বতঝৰা ঘন জংগলৰ পৰা অত্যাধুনিক মাৰণাস্ত্ৰসহ ওলাই আহিল এন এল এফ বিৰ কেডাৰ।

বিনোদ মুছাহাৰী ওৰফে এম বাথা নেতৃত্বাধীন এন এল এফ বিৰ বৃহৎ দল এটাই আজি মূলসূঁতিলৈ আহে।

প্লাটুন কামাণ্ডাৰ বি জাংখ্ৰিথাইৰ নেতৃত্বত অত্যাধুনিক মাৰণাস্ত্ৰৰে মুকলি আকাশৰ তললৈ আহিল এন এল এফ বিৰ কেডাৰসকল। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত পৰ্বতঝৰাৰ ঘন জংগলৰ পৰা অহা এন এল এফ বিৰ কেডাৰসকলক আদৰণি জনালে স্থানীয় ৰাইজে।

“এন এল এফ বি জিন্দাবাদ” , “জৈ বড়ো হাৰিনি জৈ” ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে শিঙিমাৰী গাঁৱৰ ৰাইজে।

উল্লেখযোগ্য যে যোৱা ২২ জুলাইত ওদালগুৰি জিলাৰ ভাৰত- অৰুণাচল সীমান্তত এম বাথাৰ নেতৃত্বত ২৩ জনীয়া আৰু ৮ আগষ্টত ভাৰত- ভুটান সীমান্ত ঝাৰবাৰীৰ ঘন জংগলৰ পৰা ৩২ জন কেডাৰে মূলসূঁতিলৈ অহাৰ পিছত  আজি ভাৰত -বাংলাদেশ সীমান্তৰ পৰ্বতঝৰা শিঙিমাৰী গাঁৱত হাতে হাতে অত্যাধুনিক মাৰণাস্ত্ৰলৈ ২১ জনীয়া দল এটাই মূলসূঁতিত চামিল হয়।

প্ৰথমে ২৩ জন, দ্বিতীয়ত ৩২ জন  উলাই অহাৰ পিছত আজি ২১ জন অৰ্থাৎ মুঠ ৭৬ জন কেডাৰ ইতিমধ্যে চৰকাৰৰ সৈতে শান্তি আলোচনাৰ বাবে ওলাই আহিল আৰু ১২৪ জন কেডাৰ এতিয়াও আহিবলৈ বাকী আছে।

বাকী কেডাৰসকলে স্বাধীনতা দিৱসৰ পূৰ্বে ওদালগুৰী আৰু শোণিতপুৰত মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি প্ৰকাশ কৰিছে সশস্ত্ৰ সংগঠনটোৰ উপাধ্যক্ষ বি বোকো আৰু শান্তি আলোচনাৰ মধ্যস্থতাকাৰী পৃথিৱীৰাজ নাৰায়ণ দেৱ মেচে।

Recent News

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd