• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমে এক ইঞ্চি মাটিও সাংবিধানিক সীমাৰ বাহিৰত বিচৰা নাই, এইখিনি আমাৰ মাটি : অসমৰ মুখ্য সচিব

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
August 10, 2021 6:58 pm
a myanmar
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে বা অসমৰ ৰাইজে এক ইঞ্চি মাটিও সাংবিধানিক সীমাৰ বাহিৰত বিচৰা নাই ৷ যিখিনি মাটি আমাৰ সাংবিধানিক সীমাৰ ভিতৰত আছে সেইখিনি আমি ৰক্ষা কৰিম আৰু আমি জানো যে এইখিনি আমাৰ মাটি ৷ এই মন্তব্য অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ ৷

শেহতীয়াকৈ মুখ্য সচিবগৰাকীয়ে বঙাইগাঁও জিলাত উপস্থিত হৈ জিলা উপায়ুক্ত কাৰ্যালয়ত জিলাখনত চলি থকা জল জীৱন মিছন,  সমাজ কল্যাণ বিভাগৰ আঁচনি,  ক’ভিড পৰিস্থিতি আদিৰ বুজ লৈ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এই মন্তব্য কৰে ৷

Apply Now

উল্লেখ্য যে অসম আৰু মেঘালৰ মুখ্যমন্ত্ৰীৰ মাজত সীমা সমস্যাৰ সমাধানৰ বাবে আলোচনা অনুষ্ঠিত হোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই মেঘালয়ে অসমৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰি কইনাধৰাৰ কাষত সীমা নিৰ্ধাৰণ কৰা বুলি উঠা অভিযোগ সন্দৰ্ভত মুখ্য সচিবগৰাকীৰ পৰা সাংবাদিকে  জানিব বিচৰাত তেওঁ কয় যে কইনাধৰাৰ ওচৰত কি হৈছে এই বিষয়টো সন্দৰ্ভত মই বিতং নাজানো ৷

কিন্তু দুই – চাৰিদিনমান পূৰ্বে মেঘালয়ৰ পৰা বিদ্যুতৰ খুঁটা পুতিবলৈ আহিছিল ৷ এই বিষয়ে জানিব পাৰি আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ তেওঁলোকক বুজোৱাত আতৰি গৈছিল ৷

গতিকে এইটো সত্য কথা নহয় যে তেওঁলোকে তাত কিবা কৰিলে ৷ ৰাইজে অভিযোগ কৰিলেও বিষয়টো প্ৰকৃত সত্য নহয় ৷ মেঘালয়ৰ মানুহ আহিছিল ৷ কিন্তু কথা হ’ল বহু ঠাইত সীমা নিৰ্ধাৰণ হোৱা নাই ৷  তেওঁ লগতে কয় যে অসমৰ যিমান চুবুৰীয়া ৰাজ্য আছে তেঁওলোকৰ সদায়ে এটা দৃষ্টিকোণ আছে ৷ সেইটো হ’ল তেওঁলোকে বিচাৰে যে তেওঁলোকৰ ৰাজ্যৰ সীমাবোৰ আৰু অসমৰ ভিতৰত হ’ব লাগিছিল ৷

কিন্তু আমাৰ কথা হ’ল আজিৰ যি অসম এই অসমৰ ভূমি আমাৰ সাংবিধানিক সীমাৰ ভিতৰত আছে ৷ গতিকে অসম চৰকাৰে বা অসমৰ ৰাইজে এক ইঞ্চি মাটিও সাংবিধানিক সীমাৰ বাহিৰত বিচৰা নাই ৷ যিখিনি মাটি আমাৰ সাংবিধানিক সীমাৰ ভিতৰত আছে সেইখিনি আমি ৰক্ষা কৰিম আৰু আমি জানো যে এইখিনি আমাৰ মাটি ৷ যেতিয়ালৈকে সংসদ বা কেন্দ্ৰীয় চৰকাৰে সীমা সলনি কৰি নিদিয়ে তেতিয়ালৈকে আমি আমাৰ মাটি ৰক্ষা কৰিম ৷

কাৰণ সংসদেহে সীমা সলনি কৰিব পাৰে ৷ গতিকে যেতিয়ালৈকে অসমৰ সীমা বুলি সংসদৰ এক্ট মতে কোৱা হয় তেতিয়ালৈকে এই সীমা থাকিব ৷

আনহাতে অসম আৰু মিজোৰামৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত হোৱা আলেচনা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত মুখ্য সচিবগৰাকীয়ে কয় যে অসম – মিজোৰামৰ সীমা সমস্যা  সন্দৰ্ভত নতুন দিল্লীত অনুষ্ঠিত হোৱা বৈঠকত আলোচনাত মাজেৰে সমস্যাৰ সমাধানৰ পথ ওলোৱাৰ সিদ্ধান্ত লোৱা হৈছিল  ৷

লগতে ৩০৬ নং ৰাষ্ট্ৰীয় ঘাই পথত নিৰপেক্ষ বাহিনী মোতায়েন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু নিৰপেক্ষ বাহিনী আছে  ৷

কিন্তু মিজোৰামৰ যিখিনি নিৰাপত্তা বাহিনী আছে সেইখিনি আঁতৰি যোৱা নাই ৷ ইয়াৰ পিছত মিজোৰামলৈ অসমৰ পৰা এটা প্ৰতিনিধি দল গৈ চুক্তি তথা বুজাবুজি কৰি আহিলে ৷ তাৰ পিছত এতিয়া ৰাইজে যি মিজোৰামলৈ যোৱা পথ অৱৰোধ কৰিছিল সেয়া মুকলি কৰি দিয়া হৈছে আৰু যান- বাহনৰ চলাচল আৰম্ভ হৈছে ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

আমেৰিকাৰ স্কুলত সংঘটিত নিৰ্বিচাৰ গুলীচালনাত নিহত চাৰিজন; নিহত সন্দেহজনক আক্ৰমণকাৰীও

October 16, 2026 8:56 am
কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

কোনো দূৰবীণ বা সঁজুলিৰ প্ৰয়োজন নাই! অক্টোবৰতে খালী চকুৰে আকাশত দেখা যাব উল্কাবৃষ্টি

October 16, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

আজি চিজেপিৰ ‘ত্ৰিৰংগা উৰাও’ কাৰ্যসূচী! উত্তপ্ত হোৱাৰ আশংকাত মাত্ৰ ১১ জনকহে অনুমতি দিল্লী আৰক্ষীৰ

October 16, 2026 10:33 am
মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

মছজিদৰ ভিতৰত ‘অনৈতিক কার্য’! ছৌদি আৰৱত দুই বাংলাদেশী নাগৰিকক মৃত্যুদণ্ড

October 16, 2026 9:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd