• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি মাতৃভূমি অসমত ভৰি থব লাভলিনা বৰগোঁহাইয়ে, সজাই তোলা হৈছে মহানগৰী,সাজু আটক ধুনীয়া বাছ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 12, 2021 7:04 am
lovlina (1)
190
VIEWS
Share on FacebookShare on Twitter

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয়ৰে অসম তথা সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলিনা বৰগোঁহাইয়ে আজি বিদেশত খিতাপ জয় কৰাৰ পিছত প্ৰথম বাৰৰ বাবে নিজৰ জন্মভূমিত ভৰি থব।

আজি বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত দিল্লীৰ পৰা আহি অৱতৰণ কৰাৰ পিছতে লাভলিনাক ৰাজকীয় সন্মানেৰে আদৰি অনা হ’ব।বিমান বন্দৰৰ পৰা আদৰি আনিবলৈ অসম ৰাজ্যিক পৰিবহন নিগমে সজাই তুলিছে এখন আটক ধুনীয়া চাৰ্টাৰ্ড বাছ।

লাভলিনাৰ ছবি থকা সেই বাছ খনৰেই অলিম্পিকৰ বক্সিঙত ব্ৰঞ্জৰ পদক বিজয়ী লাভলিনাক বিমান বন্দৰৰ পৰা আদৰি অনা হ’ব।

ইয়াৰ পিছতে লাভলিনাক খেলৰ চৰকাৰী নিয়ম অনুসৰি চৰকাৰে ৫০ লাখ টকা প্ৰদান কৰিব।

চৰকাৰে তেওঁ অসম প্ৰশাসনিক সেৱা বা অসম আৰক্ষী সেৱাৰো পদত মকৰল কৰিব ।

লাভলিনাৰ আগমণক কেন্দ্ৰ কৰি সজাই তোলা হৈছে সমগ্ৰ গুৱাহাটী মহানগৰী। পছৰ কাষে কাষে আঁৰি দিয়া হৈছে লাভলিনাৰ ফটো সম্বলিত হৰ্ডিং।

জানিব পৰা মতে সকলো পূৰ্বৰ পৰিকল্পনা মতে চলি থাকিলে ১৭ আগষ্টত  লাভলিনাই বৰপথাৰত থকা তেওঁৰ নিজৰ ঘৰলৈ যাব।

ঘৰত থকা সময়ছোৱাত লাভলিনাৰ সুৰক্ষাৰ দায়িত্ব সংশ্লিষ্ট জিলাৰ উপায়ুক্তৰ ওপৰত ন্যস্ত কৰা হ’ব।

ইতিমধ্যে অসম চৰকাৰে লাভলিনাৰ নাম মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰস্তাৱ আগবঢ়াইছে।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd