• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত টীম ইণ্ডিয়াৰ দুৰ্দান্ত আৰম্ভণি; ৰাহুলৰ অনবদ্য শতক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2021 7:31 am
Rahul century against England

লৰ্ডছত শতৰাণ কৰাৰ পাছত ভাৰতীয় অপেনাৰ কে এল ৰাহুল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্ট বৰষুণৰ বাবে সম্পূৰ্ণ নহ’ল। লৰ্ডছত দ্বিতীয়খন টেষ্টো বৰষুণে কিছু সময় নষ্ট কৰে যদিও প্ৰথম দিনা ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় আৰম্ভণি কৰিছে ভাৰতে।

চেতেশ্বৰ পূজাৰা ব্যৰ্থ হয় যদিও দুইগৰাকী ভাৰতীয় অপেনাৰ ৰোহিত শৰ্মা আৰু কে এল ৰাহুলে সুন্দৰ আৰম্ভণি দিয়ে।

প্ৰথমখন টেষ্টত ব্যৰ্থ হ’লেও টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়েও ৰাণৰ মাজলৈ উভতি আহে।

খেল শেষ হোৱালৈকে ভাৰতে ৯০ অভাৰত তিনিটা উইকেটৰ বিনিময়ত ২৭৬ৰাণ সংগ্ৰহ কৰিছে। ক্ৰীজত নট আউট হৈ থাকে কে এল ৰাহুল (১২৭) আৰু আজিংকা ৰাহানে (১)।

টছত হাৰি প্ৰথমে বেটিং কৰা ভাৰতৰ অপেনিং যুটী ৰোহিত শৰ্মা আৰু কে এল ৰাহুলে ইংলেণ্ডৰ বলাৰৰ ছুইং চম্ভালি সুন্দৰ আৰম্ভণি ঘটায়।

ৰোহিত শতৰাণৰ পৰা বঞ্চিত হ’লেও অপেনিং যুটীত ১২৬ৰাণ সংগ্ৰহ কৰে। লগতে ৬৯বছৰৰ পুৰণি ৰেকৰ্ডো ভাঙি দিয়ে দুয়োজনে।

১৯৫২চনত লৰ্ডছত ভিনু মানকাড আৰু পংকজ ৰায়ে অপেনিং যুটীত ভাৰতৰ হৈ ১০৬ৰাণ সংগ্ৰহ কৰিছিল। সেই ৰেকৰ্ড ভাঙে ৰাহুল আৰু ৰোহিতে।

ৰোহিতে ১৪৫টা বলত ৮৩ ৰাণ কৰি আউট হয়। ইয়াৰ পাছতে পূজাৰাই মাত্ৰ ৯ৰাণ কৰিয়েই পেভলিয়নলৈ উভতে।

তাৰ পাছতে ৰাহুল আৰু অধিনায়ক বিৰাট কোহলি যুটীয়ে দলক আগবঢ়াই নিয়ে। দিনটোৰ খেল শেষ হোৱাৰ কিছু সময় পূৰ্বে কোহলি ৪২ৰাণ কৰি আউট হয়। ইয়াৰ পাছতে ৰাহানে আৰু ৰাহুলে যুটী বান্ধি খেলখন ধৰি ৰাখে।

প্ৰথম দিনৰ খেলৰ অন্তত কে এল ৰাহুলে ২৪৮টা বল খেলি ১২৭ৰাণত অপৰাজিত হৈ থাকে। তেওঁল সৈতে ৰাহানে ১ ৰাণ কৰি অপৰাজিত হৈ আছে।

ইংলেণ্ডৰ হৈ জেমছ এণ্ডাৰছনে ৰোহিত আৰু পূজাৰাৰ উইকেট লোৱাৰ বিপৰীতে কোহলিৰ উইকেটটো লয় ৰবিনছনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

জনজাতিকৰণৰ দাবী : ৪ অক্টোবৰত উজনি অসম বন্ধৰ আহ্বান চুতীয়া জনগোষ্ঠীৰ

September 16, 2025 8:02 pm
ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

ভাৰতৰ ক্ৰিকেট জাৰ্চীত দেখা নাযাব Dream11-ক: চুক্তি বাতিলৰ পাছতে এপ’ল’ টায়াৰছক দায়িত্ব

September 16, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

প্ৰধানমন্ত্ৰী মোদী আৰু ৰাহুল গান্ধীয়ে বিহাৰলৈ আহি কেৱল ইজনে সিজনক গালি-গালাজ কৰে : প্ৰশান্ত কিশোৰ

September 16, 2025 10:00 pm
আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ  বিজেপিৰ!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ অন্ত্যেষ্টিক্ৰিয়াৰ খৰচ দিবলৈ অস্বীকাৰ বিজেপিৰ!

September 16, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd