• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকখাতত ভ্ৰাম্যমাণ পোষণ পুনৰ্বাসন ইউনিট বাহনৰ ফ্লেগ অফ: বাল্য বিবাহ প্ৰতিৰোধৰ বাবে পদক্ষেপ

উত্তম শইকীয়া by উত্তম শইকীয়া
September 6, 2021 7:15 am
poshon bokakhat

ফটো: নৰ্থইষ্ট নাও।

136
VIEWS
Share on FacebookShare on Twitter

পোষণ মাহ উপলক্ষে বোকাখাত মহকুমা প্ৰশাসন আৰু পশ্চিম গোলাঘাট সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত দেওবাৰে বোকাখাতৰ নাট্যমন্দিৰত পোষণ মেলা অনুষ্ঠিত হয়।

এই পোষণ মেলাৰ উদ্বোধন কৰে কৃষি মন্ত্রী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই। পোষণ মেলাত শিশু, গৰ্ভৱতী মহিলা তথা দুগ্ধ পান কৰাই থকা মহিলাৰ পৰিপুষ্টিৰ বাবে প্ৰয়োজনীয় খাদ্যসম্ভাৰ আৰু থলুৱা ঔষধি গুণযুক্ত শাক-পাচলিৰ প্ৰদৰ্শন কৰা হয়।

এই অনুষ্ঠানতে কৃষি মন্ত্ৰী অতুল বৰাই তিনিটিকৈ শিশুক আহাৰ খুউৱাৰ লগতে তিনিগৰাকী গৰ্ভৱতী মহিলাকো পঞ্চামৃত খোৱাই।

পোষণ মাহৰ লগত সংগতি ৰাখি  কৃষি মন্ত্ৰীগৰাকীয়ে পুষ্টিহীনতাত ভোগা শিশুসকলৰ চিকিৎসাৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে আৰম্ভ কৰা ভ্ৰাম্যমাণ পোষণ পুনৰ্বাসন ইউনিট বাহনৰ ফ্লেগ অফ কৰাৰ লগতে আৰু শিশু-মাতৃৰ  বিকাশৰ এখনি পুষ্টিকাও উন্মোচন কৰে।

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনৰ যিসকল গৰ্ভৱতী মহিলাৰ বেংক একাউন্ট নাই সেইসকল মহিলাৰ বেংক একাউন্ট খোলাৰো ব্যৱস্থা কৰে প্ৰশাসনে ।

ইফালে পোষণ মাহৰ লগত সংগতি ৰাখি  বোকাখাত মহকুমা প্ৰশাসনে “মোৰো মন যায়” শীৰ্ষক এক প্ৰচেষ্টাও  হাতত লৈছে। এই কাৰ্য্যসূচীৰ জৰিয়তে বাল্য বিবাহৰ প্ৰতিৰোধৰ বাবে সকলো প্ৰকাৰৰ পদক্ষেপ প্ৰশাসনে গ্ৰহণ কৰিব বুলি সদৰী কৰে ৷

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd