• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাহৰকটীয়া অঞ্চলৰ ক্ৰীড়াপ্ৰেমীলৈ শুভ সংবাদ : টিংখাঙত গঢ় লৈ উঠিছে অসমৰ প্ৰথমখন ছেপাক-টাক্ৰ’ ইনড’ৰ ষ্টেডিয়াম

দেৱজি গগৈ : by দেৱজি গগৈ :
December 3, 2017 12:19 pm
টিংখাং মহাবিদ্যালয় প্ৰাংগণত নতুনকৈ নিৰ্মাণ কৰা ছেপাক-টাক্ৰ' ইনড'ৰ ষ্টেডিয়াম।

টিংখাং মহাবিদ্যালয় প্ৰাংগণত নতুনকৈ নিৰ্মাণ কৰা ছেপাক-টাক্ৰ' ইনড'ৰ ষ্টেডিয়াম।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে এটা ভাল খবৰ। ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে অসমৰ প্ৰথমখন ছেপাক-টাক্ৰ’ ইনড’ৰ ষ্টেডিয়াম। এইখন ষ্টেডিয়ামে অসমৰ ক্ৰীড়া ক্ষেত্রত এক নতুন সংযোজনেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এবিধ জনপ্ৰিয় খেল ছেপাক-টাক্ৰ’ ৰ বাবে গঢ় লৈ উঠিছে ।

ডিব্ৰুগড় জিলাৰ টিংখাঙত গঢ় লৈ উঠিছে অসমৰ প্ৰথমখন ছেপাক টাক্ৰ ‘ ইনড’ৰ ষ্টেডিয়াম। টিংখাঙৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান টিংখাং মহাবিদ্যালয়ত ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে ষ্টেডিয়ামৰ সকলো কাম – কাজ। অঞ্চলটোৰ নতুন প্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্রত আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে মহাবিদ্যালয় কৰ্তৃপক্ষৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠিছে অসমৰ ভিতৰত সৰ্বপ্ৰথম ছেপাক-টাক্ৰ ‘ ইনড’ৰ ষ্টেডিয়ামখন। এই ক্ষেত্রত বিশেষ আগভাগ গ্ৰহণ কৰিছিল মহাবিদ্যালয় খনৰ জ্যেষ্ঠ অধ্যাপক তথা প্ৰাক্তন বিধায়ক অনুপ ফুকনে।

Apply Now

প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ ডা০ মৃণাল মিৰিয়ে আগবঢ়োৱা ২০১৩-১৪ বৰ্ষৰ সাংসদ পুঁজিৰ ৫০ লাখ টকাৰে নিৰ্মাণ কৰা হৈছিল এইটো ষ্টেডিয়াম। যাৰ শিলান্যাস কৰিছিল অসমৰ প্ৰাক্তন অলিম্পিয়ান ফুটবলাৰ টচেন বৰাই।

আনহাতে তাৰ সমানুপাতে মহাবিদ্যালয় প্ৰাঙ্গনত এক অত্যাধুনিক ব্যায়ামাগাৰৰো ব্যৱস্থা কৰা হৈছে। ষ্টেডিয়ামখনে টিংখাং তথা অসমৰ ক্ৰীড়া ইতিহাসত এক নতুন যুগৰ সূচনা কৰিব বুলি আশা ব্যক্ত কৰে উদ্যোক্তা অনুপ ফকনে।

আনহাতে ষ্টেডিয়ামত নতুন খেলবিধৰ সৈতে পৰিচয় হ’বলৈ পাই অতি আনন্দিত ছাত্ৰ – ছাত্ৰী সকল।উল্লেখযোগ্য যে বৃহত্তৰ টিংখাং অঞ্চলৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ স্বাৰ্থত মহাবিদ্যালয়খনে গ্ৰহণ কৰিছে আন এক প্ৰশংসনীয় পদক্ষেপ। সমগ্ৰ অঞ্চলৰ লোকসকলৰ বৌদ্ধিক বিকাশৰ অৰ্থে মহাবিদ্যালয়খনত স্থাপন কৰা হৈছে এটা ৰাজহুৱা অধ্যয়ন কেন্দ্ৰ। য’ত অঞ্চলটোৰ ইতিহাস সম্বলিত সমলসমূৰ লগতে সকলো শ্ৰেণীৰ লেখক – লেখিকাৰ কিতাপ,সকলো ধৰণৰ আলোচনী, স্মৰণীকা,বিভিন্ন অনষ্ঠানৰ কাৰ্যসূচী,পত্ৰ আদি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। যাৰ দ্বাৰা সাধাৰণ পাঠকৰ লগতে গৱেষণাৰ লগত জড়িত সকলো যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি মত প্ৰকাশ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ জ্যোতিমালা গোঁহাই ফুকনে।

এই সন্দৰ্ভত মহাবিদ্যালয়ৰ আলোচনা কক্ষত এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হয়। য’ত শিক্ষাবিদ দিখেশ্বৰ গগৈ,পদ্ম বৰুৱা,সমাজকৰ্মী লক্ষেশ্বৰ ফুকন,’আপকু’ৰ সভাপতি মনোজ সিঙকে আদি কেইবাজনো বিশিষ্ট ব্যক্তি,মহাবিদ্যালয়ৰ অধ্যক্ষা, উপাধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ – ছাত্ৰী সকল উপস্থিত থাকে।

দেৱজি গগৈ :

দেৱজি গগৈ :

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am
কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd