• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জিআইপিএছ গুৱাহাটী আৰু জিআইএমটি গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱস উদযাপন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2021 6:51 am
পতাকা উত্তোলন কৰাৰ এটি মুহূৰ্ত।

পতাকা উত্তোলন কৰাৰ এটি মুহূৰ্ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জিআইপিএছ গুৱাহাটী আৰু জিআইএমটি গুৱাহাটীয়ে মঙলবাৰে ইয়াৰ ক্ৰমে পঞ্চদশ আৰু ষষ্ঠদশ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ ফাৰ্মাচিউটিকেল ছায়েন্স (জিআইপিএছ) গুৱাহাটী আৰু গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অফ টেকন’লজি (জিআইএমটি) গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱস শ্ৰীমন্ত শংকৰ একাডেমী ছচাইটিৰ সভাপতি ৰাতুল দাসে কৰা পতাকা উত্তোলনেৰে আৰম্ভ হয়।

Apply Now

পতাকা উত্তোলনৰ পাছতে শ্ৰীমন্ত শংকৰ একাডেমী ছচাইটিৰ সভাপতিগৰাকীয়ে আদৰণি ভাষণ আগবঢ়ায়।

জিআইএমটি গুৱাহাটীৰ অধ্যক্ষ ড০ থুলেশ্বৰ নাথ আৰু জিআইপিএছ গুৱাহাটীৰ অধ্যক্ষ (ভাৰপ্ৰাপ্ত) ড০ দীপাংকৰ সাহাই প্ৰতিষ্ঠান দুটাৰ শৈক্ষিক যাত্ৰাৰ ওপৰত আলোকপাত কৰি ভাষণ আগবঢ়ায়।

এই উপলক্ষে সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হয়। প্ৰতিষ্ঠান দুখনৰ অধ্যাপক আৰু শিক্ষাৰ্থীয়ে সাংস্কৃতিক কাৰ্যসূচীত অংশ লয়।

২০০৭চনৰ ৭ছেপ্টেম্বৰত প্ৰতিষ্ঠা হোৱা জিআইপিএছ গুৱাহাটীৰ ইয়াৰ আৰম্ভণিৰে পৰা লক্ষ্য হৈছে এনে বৃত্তিধাৰী সৃষ্টি কৰা যিয়ে ৰোগীৰ উন্নত সেৱা তথা আৱিস্কৃত সুবিধা আৰু দৰৱৰ ব্যয়সাধ্য ব্যৱহাৰৰ জৰিয়তে ৰাইজৰ স্বাস্থ্যৰ প্ৰতি সৰ্বোৎকৃষ্ট সেৱা আগবঢ়াব পাৰে।

আনহাতে, ২০০৬চনৰ ৭ ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰ একাডেমী ছচাইটিৰ পৃষ্ঠপোষকতাৰ অধীনত অসমৰ প্ৰথমখন বেচৰকাৰী আভিযান্ত্ৰিক প্ৰতিষ্ঠান জিআইএমটি গুৱাহাটী স্থাপন কৰা হয়।

প্ৰতিষ্ঠাকালৰে পৰা প্ৰতিষ্ঠানটোৰ লক্ষ্য হৈছে কেবল যোগ্য বৃত্তিধাৰী সৃষ্টি কৰাই নহয়, লগতে সমাজৰ কল্যাণৰ বাবে যাতে বৰঙণি আগবঢ়াব পৰা উৎকৃষ্ট মানৱ সম্পদ গঢ়ি তোলা।

জিআইপিএছ গুৱাহাটীয়ে ২০০৭চনৰে পৰা অসমত প্ৰথমখন বেচৰকাৰী ফাৰ্মাচিউটিকেল ইনষ্টিটিউট হিচাপে ইয়াৰ শৈক্ষিক যাত্ৰা আৰম্ভ কৰে। এই ফাৰ্মাচিউটিকেল ইনষ্টিটিউটখন শিক্ষাৰ জৰিয়তে সমাজক সহায় কৰা তথা যুৱ প্ৰজন্মৰ প্ৰগতিৰ লক্ষ্য আগত ৰাখি স্থাপন কৰা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd