• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঙুৰলতা ডেকাৰ চৰিত্ৰ বিশ্লেষণ কংগ্ৰেছ মুখপাত্ৰ মনজিত মহন্তৰ; ক্ষমা খোজাৰ দাবী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 20, 2021 6:36 am
100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আঙুৰলতা ডেকাৰ চৰিত্ৰ বিশ্লেষণ কংগ্ৰেছ মুখপাত্ৰ মনজিত মহন্তৰ।

আঙুৰলতা ডেকাৰ চৰিত্ৰ কেনেকুৱা? ইয়াৰ উত্তৰ কংগ্ৰেছ মুখপাত্ৰ মনজিত মহন্তৰ মতে “আঙুৰলতা ডেকা ষোল্লঅনা ভাল নে?”

মনজিত মহন্তৰ প্ৰশ্ন “কোন চিকিৎসকৰ পাল্লাত পৰিছিল আঙুৰলতা ডেকা?”

তেনে চিকিৎসকৰ নাম ৰাজহুৱা কৰিবলৈ দাবী মনজিৎ মহন্তৰ।

মনজিত মহন্তৰ মতে আঙুৰলতা ডেকা এতিয়া কোনো নহয়।আগতেহে তেওঁ বিধায়ক আছিল।”

“কোনো চিকিৎসককে অভব্য-চৰিত্ৰহীন কোৱাৰ অধিকাৰ নাই আঙুৰলতা ডেকাৰ।” মহন্তই এইদৰে কৈ ৪৮ ঘন্টাৰ ভিতৰত চিকিৎসক সমাজক ক্ষমা খোজাৰ দাবী মনজিত মহন্তৰ।

উল্লেখযোগ্য যে, যোৱা ১৫ ছেপ্টেম্বৰৰ দিনা বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী তথা প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই সাংবাদিকে NCRB ৰ তথ্য সন্দৰ্ভত মহিলাৰ ওপৰত হোৱা দলবদ্ধ ধৰ্ষৰ ক্ষেত্ৰত অসমৰ তৃতীয় স্থানক লৈ প্ৰশ্ন কৰাত কথাৰ প্ৰসংগত দন্ত চিকিৎসকে যৌন অতিশায্য চলোৱা বুলি এক উদাহৰণ দাঙি ধৰিছিল।

আনকি বিষয়টোক লৈ বিজেপিৰ বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিনেও টুইটাৰযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এগৰাকী চিকিৎসকৰ ভাৱমূৰ্তি নষ্ট কৰাৰ বাবে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী তুলিছিল।

কিন্তু ‘আঁকোৰগোজ আঙুৰলতাই ক্ষমা নোখোজে চিকিৎসক সমাজক!

ক্ষমা খোজা বাদেই তেওঁ ওলোটাই সংবাদ মাধ্যমেহে বিকৃত ৰূপত বাতৰি পৰিবেশন কৰিছে বুলি নিজৰ ফেচবুক পোষ্টত উল্লেখ কৰে।

ইপিনে, প্ৰাক্তন বিধায়িকাগৰাকীক ৪৮ ঘন্টাৰ ভিতৰত দন্ত চিকিৎসক সমাজক ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনাইছে Indian Dental Association ৰ অসম শাখাই। অন্যথা আঙুৰলতা ডেকাৰ বিৰুদ্ধে গোচৰ তৰাৰো হুংকাৰ Indian Dental Association ৰ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm
লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

লিয়নেল মেছিৰ ভাৰত ভ্ৰমণে লাভ কৰিলে চূড়ান্ত অনুমোদন!

August 15, 2025 7:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd