• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাত দাঙিলে কোহলিৰ RCBয়ে; IPLত দুৰ্দান্ত জয়েৰে অভিযান আৰম্ভ KKRৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 21, 2021 7:29 am
KKR beat RCB

বিজয়ী কলকাতা নাইট ৰাইডাৰ্ছ।

171
VIEWS
Share on FacebookShare on Twitter

ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ যুঁজখন ইমান একপক্ষীয় হ’ব বুলি কোনেও কল্পনা কৰা নাছিল। কিন্তু আন্দ্ৰে ৰাছেল আৰু বৰুণ চক্ৰৱৰ্তীৰ বিধ্বংসী বলিঙত দিশহাৰা হৈ পৰিল বেংগালুৰুৰ বেটিং লাইন আপ।

বৰ অনায়াসে যেন যুদ্ধ জয় কৰিলে আইপিএলৰ দ্বিতীয় পৰ্বৰ প্ৰথমখন মেচত কলকাতা নাইট ৰাইডাৰ্ছে।

লীগ তালিকাৰ তৃতীয় স্থানত থকা আৰচিবিয়ে সোমবাৰে সন্ধিয়া ফেভাৰিট হিচাপেই খেলপথাৰত নামিছিল। কিন্তু এনেকৈ ছন্দ হেৰুওৱাৰ কথা কোনেও ভাৱিব পৰা নাছিল।

নাইট ৰাইডাৰ্ছৰ বলিঙে আৰম্ভণিতেই বেংগালুৰুৰ টপ অৰ্ডাৰত ধুমুহাৰ সৃষ্টি কৰি কোহলি, ডি ভিলিয়াৰ্ছকে ধৰি বাঘা বাঘা বেটছমেনক পেভলিয়নৰ বাট দেখুৱালে।

খেলখনত ৰাছেল আৰু বৰুণে তিনিটাকৈ উইকেট দখল কৰিলে।

আনহাতে, নিৰ্দিষ্ট ২০ অভাৰত মাত্ৰ ৯৩ৰাণৰ লক্ষ্য অনুসৰণ কৰি অনায়াসে মেচ হাতলৈ আনে কেকেআৰে।

প্ৰথম পৰ্বত সাতখনৰ ভিতৰত পাঁচখনতেই হাৰি পইন্ট তালিকাৰ তলত আছিল কলকাতা। এনে পৰিস্থিতিত নকআউটত উপনীত হোৱাটো যে অতি কঠিন সেয়া ভালদৰেই বুজি পাইছিল নাইট ৰাইডাৰ্ছৰ যুঁজাৰু সেনানীয়ে।

কলকাতাৰ হৈ ৪৮ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলে শুভমন গীলে। বেংগালুৰুৰ বলাৰে কলকাতাৰ মাত্ৰ এটা উইকেটৰহে পতন ঘটাবলৈ সক্ষম হয়।

অৱশেষত ৯উইকেটত সহজেই বিজয় সাৱ্যস্ত কৰে কলকাতা নাইট ৰাইডাৰ্ছে।

সংক্ষিপ্ত স্ক’ৰ:-

ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু: ৯২/১০ (পাড়িক্কাল-২২, ৰাছেল- ৯/৩, বৰুণ-১৩/৩)

কলকাতা নাইট ৰাইডাৰ্ছ: ৯৪/১ (গীল-৪৮, চাহাল-২৩/১)

কলকাতা নাইট ৰাইডাৰ্ছ ৯উইকেটত বিজয়ী।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd