• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধান মন্ত্ৰীৰ ঘনিষ্ঠ আদানীৰ মালিকানাধীন মুন্দ্ৰা বন্দৰত উদ্ধাৰ হ’ল ৩ টন ড্ৰাগছ

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
September 24, 2021 7:15 pm
Nearly three tonnes of heroin seized at Gujarat port
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ মুন্দ্ৰা বন্দৰত প্ৰায় ৩০০০ কিলোগ্ৰাম হিৰ’ইন জব্দ কৰিছে ডাইৰেক্টৰেট অৱ ৰেভিনিউ ইন্টলিজেঞ্চে।

জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ২১,০০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

ডিআৰআই- এ এক বিশেষ তথ্যৰ আধাৰত এই অভিযান চলাইছিল।

Apply Now

সংবাদ মাধ্যম AFPত প্ৰকাশ পোৱা অনুসৰি সোমবাৰে জব্দ কৰা ড্ৰাগছখিনি আফগানিস্তানৰ পৰা Talc নামৰ এবিধ অসংশোধিত শিলৰ নামত কণ্টেইনাৰত পঠোৱা হৈছিল আৰু এই কণ্টেইনাৰ দুটা ইৰান হৈ গুজৰাটত প্ৰৱেশ কৰিছিল।

কণ্টেইনাৰ কেইটা জব্দ কৰা বিষয়া সকলে জনোৱা মতে কণ্টেইনাৰ কেইটা সন্দেহৰ বাহিৰত ৰখাৰ বাবে ড্ৰাগছখিনি Talc শিলৰ পেকেটেৰ ঢাকি অনা হৈছিল।

এটা কণ্টেইনাৰত প্ৰায় ২ টন আৰু আৰু কণ্টেইনাৰত ১ টন হিৰ’ইন জব্দ কৰিছিল ডিআৰাই- এ।

গুজৰাটৰ বিশেষ ৰাজহুৱা অধিবক্তা কল্পেশ গোস্বামীৰ ভাষ্য মতে ডিআৰআই – এ ইতিমধ্যে দুজন ব্যক্তিক আটক কৰিছে আৰু আহমেদাবাদ, চেন্নাই আৰু দিল্লীত এই বিষয়ত অনুসন্ধান চলাইছে।

উল্লেখ্য যে, এই জব্দকৃত হিৰ’ইনৰ পৰিমাণক বিশ্বৰ ভিতৰতে সৰ্বাধিক বুলি জানিব পৰা গৈছে।

ইতিমধ্যে এই ঘটনাটোৱে ৰাজনৈতিক মহলতো তোলপাৰ লগাইছে।

গুজৰাট দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ গৃহৰাজ্য হোৱাৰ বাবে বিৰোধী পক্ষই অহা বছৰ হ’ব লগা গুজৰাটৰ নিৰ্বাচনৰ বাবে এক ৰাজনৈতিক ইচ্যু হিচাপে লৈছে।

এই সম্পৰ্কে কংগ্ৰেছ নেতা পবন খেৰাই এক সংবাদ মেল যোগে গুজৰাট কেনেদৰে এনে নিষিদ্ধ দ্ৰব্যৰ ঘাটিত পৰিণত হোৱা বুলি প্ৰশ্ন কৰে।

গুজৰাটত এনেদৰে চলি থকা ড্ৰাগছৰ বৃহৎ ৰেকেটৰ কিয় উৎখাতৰ প্ৰচেষ্টা লোৱা হোৱা নাই বুলিও গুজৰাটৰ বিজেপি চৰকাৰক খেৰাই প্ৰশ্ন কৰে।

আনহাতে, আদানী গোটৰ মালিকানাধীন বন্দৰত ড্ৰাগছ জব্দ সম্পৰ্কত সামাজিক মাধ্যমত বিভিন্নজনে উচিত তদন্তৰ দাবী কৰে। সামান্য পৰিমাণৰ ড্ৰাগছ উদ্ধাৰত ‘তিলকে তাল কৰি’ প্ৰচাৰ কৰা চৰকাৰে ইমান বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ হোৱাৰ পাছতো কিয় নিমাত বুলি প্ৰশ্ন কৰে বিভিন্নজনে।

একমাত্ৰ নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ হোৱাৰ বা বেই তদন্তৰ আওঁতাৰ পৰা আদানীয়ে মুক্তি পাব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে।

আনহাতে এই ঘটনা সম্পৰ্কত দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমৰ নিৰৱতাৰ বাবেও সমালোচনা কৰিছে সামাজিক মাধ্যমত।

দেখা গৈছিল যে বলিউদৰ অভিনেত্ৰী ৰিহা চক্ৰৱৰ্তীৰ ওচৰত ৫৯ গ্ৰাম ড্ৰাগছ উদ্ধাৰ হওঁতে দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যম সমূহে দীৰ্ঘ দিন ধৰি বিতৰ্কৰ সূচনা কৰি আহিছিল।

অথচ আদানীৰ মালিকানাধীন বন্দৰত ইমান বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দৰ পিছতো সংবাদ পৰিৱেশনৰ পৰা আঁতৰি থাকিল সংবাদ মাধ্যমসমূহ।

সামাজিক মাধ্যমত এইদৰে বিভিন্নজনে মূলসুঁতিৰ সংবাদ মাধ্যমৰ নিৰপেক্ষতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।

ইফালে বন্দৰত ড্ৰাগছ উদ্ধাৰ সন্দৰ্ভত স্পষ্টীকৰণ দিছে আদানী গোটে। তেওঁলোকৰ মতে আদানী গোট কেৱল বন্দৰৰ পৰিচালনাৰ ক্ষেত্ৰতহে দায়বদ্ধ। বন্দৰৰ পাৰ্চেলসমূহৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ অধিকাৰ নাই।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd