• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজস্থান ৰয়েলছক পৰাস্ত কৰি IPLৰ পইন্ট তালিকাত শীৰ্ষ স্থানত বাহাল দিল্লী কেপিটেলছ্

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2021 1:12 pm
DC outplay RR to go top of the table
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডুবাইত চলি থকা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ শনিবাৰৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৩৩ ৰানত পৰাস্ত কৰিছে দিল্লী কেপিটেলছে।

ছেইখ্ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত পোনতে বেটিং কৰি দিল্লী কেপিটেলছে ৬ উইকেটৰ বিনিময়ত ১৫৪ ৰান সংগ্ৰহ কৰে।

দললৈ সৰ্বাধিক ৪২ ৰানৰ অৱদান আগবঢ়াই শ্ৰেয়স আয়াৰে।

Apply Now

ঋষভ পণ্ট আৰু হেটমেয়াৰৰ বেটৰ পৰা আহে ক্ৰমে ২৪ আৰু ২৮ ৰান।

ব্যৰ্থ হয় অপেনাৰদ্বয় পৃথ্বী শ্ব’(১০) আৰু শিখৰ ধাৱান(৮)।

ৰাজস্থানৰ হৈ মুস্তাফিজুৰ ৰহমান আৰু চেতন চাকাৰিয়াই দুটাকৈ উইকেট দখল কৰে। ত্যাগী আৰু টেৱাটিয়াৰ হাতলৈ যায় ১ টাকৈ উইকেট।

আনহাতে ১৫৫ ৰানৰ লক্ষ্যৰে ইনিংছ আৰম্ভ কৰা ৰাজস্থানে ইনিংছৰ আৰম্ভণিতেই উজুটি খায়। দলে মাত্ৰ ১৭ ৰানতে ৩ টাকৈ উইকেট হেৰুৱাই। চতুৰ্থ উইকেটৰ যুটিত অধিনায়ক সঞ্জু চেমচন আৰু মহিপাল লমৰ’- এ ৩১ ৰান সংগ্ৰহ কৰিলেও এই যুটি ভংগৰ পাছত জয়ৰ আশা নিৰ্বাপিত হয় ৰাজস্থানৰ।

লমৰ’ৱে ২৪ বলত ১৯ ৰান সংগ্ৰহ কৰি বিদায় লয়।

সঘন উইকেট পতন আৰু মন্থৰ বেটিঙৰ ফলত ৰাজস্থানে ৬ উইকেটৰ বিনিময়ত মাত্ৰ ১২১ ৰানহে সংগ্ৰহ কৰে।

অধিনায়ক চেমচনে ৭০ ৰান সংগ্ৰহৰে অপৰাজিত থাকে। দলৰ কোনো এজন বেটচমেনেই যোগ্য সহযোগিতা আগবঢ়াবলৈ সক্ষম নহ’ল চেমচনক।

দিল্লীৰ জয়ৰ মূলতে আছিল বলাৰৰ সন্মিলিত আক্ৰমণ আৰু মিতব্যয়ী বলিং।

দলৰ হৈ নকিয়াই ১৮ ৰান খৰচ কৰি দুই উইকেট দখল কৰে। এটাকৈ উইকেট দখল কৰে অভেষ খান,ৰাবাডা,অশ্বিন আৰু অক্ষৰ পেটেলে।

দিল্লীৰ ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহকাৰী আয়াৰ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

এই জয়েৰে পদক তালিকাত শীৰ্ষ স্থান অক্ষুন্ন ৰাখিলে দিল্লী কেপিটেলছে। আনহাতে পইণ্ট তালিকাৰ সপ্তম স্থানত অৱস্থান কৰিছে ৰাজস্থান ৰয়েলছে।

IPL ত আজি দুখন খেল অনুষ্ঠিত হ’ব।

প্ৰথমখন খেলত চেন্নাই চুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছে ভাগ লোৱাৰ বিপৰীতে দ্বিতীয়খন খেলত মুম্বাই ইণ্ডিয়াঞ্চৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়াব ৰয়েল চেলেঞ্জাৰ্চ বাঙ্গালোৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am
সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

August 15, 2026 7:50 am
স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

স্বাধীনতাৰ ৮০ বছৰ : অথচ দেশত এতিয়াও শেষ হোৱা নাই শোষণ, বৈষম্য, জাত-পাতৰ ৰাজনীতি

August 15, 2026 6:45 am
অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

ৰাষ্ট্ৰৰ উদ্দেশ্যি দিয়া ভাষণত ‘আত্মনিৰ্ভৰ ভাৰত’ৰ বাৰ্তা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ, আৰু কি কি ক’লে?

August 15, 2026 7:58 am
সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

সহবাসৰ পিছত কিয় হয় ইউটিআই? কি ভুলৰ বাবে হয় মূত্ৰনলীৰ সংক্ৰমণ?

August 15, 2026 7:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd