• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Google Chrome users warned: ডাটা লিক হোৱাৰ শংকা! দুশ কোটি ক্ৰ’ম য়ুজাৰক সতৰ্ক কৰি দিলে গুগলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2021 10:11 am
WhatsApp Image 2021-09-28 at 9.37.49 AM
326
VIEWS
Share on FacebookShare on Twitter

Google Chrome users warned: আপুনি ক্ৰ’ম ব্ৰাউজাৰ ব্যৱহাৰ কৰে নেকি। যদি কৰে, তেতিয়াহ’লে সাৱধান হওক। তথ্য ফাদিল হোৱাৰ নতুন আশংকাৰ কথা জনাইছে গুগলে।

টেক জায়েন্ট সংস্থা গুগলে এটা ব্লগ প’ষ্টত জানিবলৈ দিছে যে ব্ৰাউজাৰত খুঁত চিনাক্ত কৰা হৈছে। যাক কোৱা হৈছে জিৰ’ ডে এক্সপ্লয়েট।

এই সুৰঙাৰে ব্ৰাউজাৰৰ বিভিন্ন সংবেদনশীল তথ্য হেকাসকলে চুৰি কৰি নিয়া আৰম্ভ কৰিছে।

ইয়াৰ প্ৰভাৱ বিশ্বৰ দুশ কোটিতকৈও অধিক ক্ৰ’ম য়ুজাৰৰ ওপৰত পৰিব পাৰে।

এই জিৰ’ ডে এক্সপ্লয়েট যদিও নতুন নহয়, মাজেসময়ে গুগলে এনেকুৱা খুঁত বা বিসংগতি চিনাক্ত কৰি থাকে।

অৱশ্যে এই বিসংগতি দূৰ কৰাৰ বাবে গুগলে সৰ্বাত্মক চেষ্টা চলাইছে আৰু সোনকালেই ইয়াক ফিক্সড কৰি দিয়া হ’ব বুলি সংস্থাটোৱে জনাইছে।

আনহাতে, গুগলে যিসকল য়ুজাৰে এতিয়াও ক্ৰ’মৰ পুৰণি ভাৰ্ছন ব্যৱহাৰ কৰি আছে তেওঁলোকক শীঘ্ৰেই নতুন ভাৰ্ছন ব্ৰাউজাৰ আপডেট কৰিবলৈ সতৰ্ক কৰি দিছে। কিয়নো পুৰণি ভাৰ্ছনত হেকিঙৰ সম্ভাৱনা অধিক।

ইয়াৰ বাবে য়ুজাৰে ক্ৰ’মৰ ছেটিং, তাৰপাছত হেল্প আৰু তাৰপাছত এবাউট ক্ৰ’মত গৈ ব্যৱহাৰ কৰি থকা ভাৰ্ছনটো 94.0.4606.61বা তাতকৈ বেছি হয়নে চাই ল’ব পাৰে। যদি এই ভাৰ্ছনৰ নহয় তেতিয়াহ’লে শীঘ্ৰেই নতুন ভাৰ্ছন আপডেট বা ইনষ্টল কৰি ল’লে হ’ল।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd