• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মেঘালয়ৰ নতুন মুখ্য সচিব হিচাপে নিৰ্বাচিত ৰেবেকা ভেনেছা চুচিয়াং

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2021 9:51 am
First Khasi Woman Rebecca Vanessa Suchiang Appointed as New CS
161
VIEWS
Share on FacebookShare on Twitter

আইএএছ বিষয়া ৰেবেকা ভেনেছা চুচিয়াংক মেঘালয় চৰকাৰৰ নতুন মুখ্য সচিব হিচাপে নিযুক্তি দিয়া হৈছে।

চুচিয়াং হৈছে ৰাজ্যখনৰ জ্যেষ্ঠতম আইএএছ বিষয়া আৰু মুখ্য সচিব পদত নিযুক্ত হোৱা প্ৰথম গৰাকী খাচী মহিলা।

বৰ্তমান কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ত অতিৰিক্ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰেবেকা ভেনেছা চুচিয়াঙে আজি ৰাজ্যখনৰ মুখ্য সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিব।

আজি মুখ্য সচিব পদৰ পৰা অৱসৰ গ্ৰহণ কৰিবলগীয়া এম.এছ. ৰাওৰ উত্তৰাধিকাৰী হিচাপে চুচিয়াং মুখ্য সচিব পদত অধিষ্ঠিত হ’ব।

অৱসৰৰ পিছত মেঘালয় ৰাইট টু পাব্লিক চাৰ্ভিচ এক্ট, ২০২০ অনুসৰি ৰাওক ৰাজ্যিক লোক সেৱা বিতৰণ আয়োগৰ মুখ্য আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে।

বিৰোধী মুখ্য নেতা, পিটি চাওকমিয়ে চুচিয়াঙক মুখ্য সচিব হিচাপে নিযুক্তি দিয়াৰ বাবে অভিনন্দন জনাইছে।

ৰাজ্যখনলৈ আগবঢ়োৱা সেৱাৰ বাবে বিদায়ী মুখ্য সচিব এমএছ ৰাওৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি চাওকমীয়ে কয়, “আমি তেওঁৰ বাবে গৌৰৱ অনুভৱ কৰোঁ আৰু অনাগত বছৰবোৰত তেওঁক শুভকামনা জনাইছো।”

“আপুনি নিজকে শ্ৰেষ্ঠ বুলি প্ৰমাণ কৰিছে। ৰাজ্যখনৰ মানুহে আপোনাক মনত ৰাখিব।” চাওকমিয়ে কয়।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd