• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰশংসনীয়: পিছপৰা ৰাঙলু পাহাৰগুৰি গাঁৱত খোৱাপানী যোগানৰ ব্যৱস্থা কৰি দিলে কলিয়াবৰ মহাবিদ্যালয়ে

ৰিদিপ শৰ্মা,কলিয়াবৰ by ৰিদিপ শৰ্মা,কলিয়াবৰ
October 2, 2021 3:06 pm
121
VIEWS
Share on FacebookShare on Twitter

আজি ২ অক্টোবৰ। গান্ধী জয়ন্তী।এই দিনটোতে কলিয়াবৰ মহকুমাৰ অতিকৈ পিছপৰা ৰাঙলু পাহাৰগুৰি গাঁৱৰ উন্নয়নৰ বাবে আগবাঢ়ি আহিল কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অধ্যক্ষৰ লগতে এন এছ এছ গোট।

উল্লেখযোগ্য যে বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ৰাঙলু পাহাৰগুৰিৰ খোৱা পানীৰ সমস্যাৰ কথা সবিস্তাৰে নৰ্থ ইষ্ট নাওত প্ৰকাশ হৈছিল।

ইয়াৰ পিছতে কলিয়াবৰ মহাবিদ্যালয়ৰ এন এছ এছে গোটৰ লগতে অধ্যক্ষ হিৰণ্য কুমাৰ চলিহা গাওঁখনত উপস্থিত হৈ দুখ দুৰ্দশাৰ বুজ লৈ গাওঁখনক প্ৰতিপালিত গাওঁ হিচাপে লৈ সা সুবিধা প্ৰদান কৰাৰ আশ্বাস দিয়ে।

আৰু ২১ ছেপ্তেম্বৰৰ দিনা গাওঁখনত খোৱাপানীৰ সু ব্যৱস্থা কৰি দিয়ে মহাবিদ্যালয়খনে।

ইয়াৰ পিছতে আজি গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোত উপস্থিত হৈ মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা জনাই অনাগত দিনবোৰত গাওঁখনৰ লোকসকলক স্বাবলম্বী কৰি তোলাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা গাওঁখন পৰ্যটনৰ ক্ষেত্ৰত আগুৱাই নিয়াৰো পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে অধ্যক্ষ গৰাকীয়ে।

Recent News

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

বড়ো শান্তি চুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত অবহেলা! প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ সদৌ বড়ো ছাত্ৰ সন্থাৰ

বড়ো শান্তি চুক্তিৰ প্ৰতিশ্ৰুতি পূৰণত অবহেলা! প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ সদৌ বড়ো ছাত্ৰ সন্থাৰ

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd