• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিবন্ধীৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে ক’লা দিৱস পালন

দিছপুৰত প্ৰতিবন্ধীৰ উত্তাল প্ৰতিবাদ

জাহ্নৱী  বৰুৱা by জাহ্নৱী বৰুৱা
October 5, 2021 4:31 pm
Black Day observed against police harassment over Handicapped
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিবন্ধীৰ ওপৰত আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান আৰু নিৰ্যাতিতক সংস্থাপনৰ দাবীত দিছপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে৷

লাষ্টগেটৰ মিনিষ্টাৰ কলনিৰ মূল প্ৰৱেশদ্বাৰত অৱস্থান কৰি প্ৰতিবন্ধী প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, প্ৰতিবন্ধীৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, আমাৰ দাবী মানিবই লাগিব, নিৰ্যাতন চলোৱা আৰক্ষী বিষয়াৰ বিৰূদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক, নিৰ্যাতিত ব্যক্তিক সংস্থাপন কৰক, আমাৰ দাবী ন্যৰ্য দাবী, প্ৰতিবন্ধীৰ প্ৰাপ্য আদায় দিয়ক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে৷

প্ৰতিবাদ স্থলীত উপস্থিত থকা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে কয় “২০১৮ চনৰ আজিৰ দিনটোতে প্ৰাপ্য বিছাৰি প্ৰতিবাদ কৰিবলৈ আহোতে দিছপুৰ লাষ্টগেটত গৃহ বিভাগৰ আৰক্ষীয়ে প্ৰতিবন্ধীৰ ওপৰত জপিয়াই পৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছিল৷

Apply Now

তেতিয়াৰ পৰা সংগঠনটোৱে প্ৰতিবছৰে ৫অক্টোবৰৰ দিনতো ক’লা দিৱস হিচাপে পালন কৰি আহিছে৷ সেই দিনটোৰ স্মৃতি সুৱৰি আজি আমি পুনৰ লাষ্টগেটতে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ জনাই দিব বিছাৰিছো যে আমাৰ প্ৰাপ্য আমাক লাগিবই।”

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি শতাধিক প্ৰতিবন্ধী লোক উপস্থিত থকা আজিৰ প্ৰতিবাদী কাৰ্যসূচী দিনৰ প্ৰায় ১২বজাৰ পৰা আৰম্ভ হয়৷

প্ৰখৰ ৰদ’কো নেউচি দীৰ্ঘসময় ধৰি প্ৰতিবাদী লোকসকলে ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিমুৰ্তীৰ সম্মুখত অৱস্থান কৰাৰ পিছত গৃহ বিভাগৰ যুটীয়া সচিব অনিমেশ তালুকদাৰ উপস্থিত হৈ স্মাৰকপত্ৰ গ্ৰহন কৰি আস্বাস দিয়াতহে ক্ষান্ত হয় প্ৰতিবাদকাৰীসকল৷

ইফালে প্ৰতিবাদ কাৰী সকলে ইয়াৰ পিছতো যদি ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী সময়ত প্ৰতিবন্ধী লোকসকলৰ স্বাৰ্থত তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি হুংকাৰ দিয়ে৷

জাহ্নৱী  বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd