• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

Dr. Bhupen Hazarika’ৰ এটা গীতে মুহিছে অৰুণাচলৰ মুখ্যমন্ত্ৰীক, হাজাৰ বাৰ শুনিও আমনি নোপোৱা কি এই গীত!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2021 11:51 am
Prema Khandu on a Bhupen Hazarika song
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আকৃষ্ট হৈছে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এটা গীতৰ প্ৰতি। গীতটোৰ মূৰ্চ্ছনাত মোহিত হৈছে মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু ।

তেওঁ কয় যে সংগীত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ এটা গান হাজাৰ বাৰ শুনিব পাৰে আৰু তাৰ পাছতো তেওঁ কেতিয়াও এই গীতটো শুনি আমনি অনুভৱ নকৰে।

পেমা খাণ্ডুৱে টুইটাৰ যোগে এটা ভিডিঅ’ গান শ্বেয়াৰ কৰাৰ সময়ত এইকথা উল্লেখ কৰিছে।

অৰুণাচল প্ৰদেশৰ ৰ’নো পাহাৰত অৱস্থিত উচ্চ শিক্ষাৰ প্ৰধান প্ৰতিষ্ঠান ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই গীতটো পৰিৱেশন কৰে।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী খাণ্ডুৱে উল্লেখ কৰা এই গীতটো হৈছে ৰাজ্যখনৰ ৰাজ্যিক গীত – ‘হামাৰা অৰুণাচল’।

উল্লেখ্য যে অসমৰ কিম্বদন্তি শিল্পী ড০ ভূপেন হাজৰিকাই এই গীতটি ৰচনা কৰিছিল। তদুপৰি তেওঁ গীতটোৰ সুৰ কৰাৰ লগতে মূল গীতটোত কণ্ঠদানো কৰিছিল।

খাণ্ডুৱে এটা টুইটত কৈছিল যে এই গীতটো প্ৰতিটো চৰকাৰী অনুষ্ঠানতে পৰিৱেশন কৰা হয়। “গীতটোৱে আমাৰ সুন্দৰ ৰাজ্যৰ প্ৰতি মৰমৰ মহান অনুভূতি সৃষ্টি কৰে” বুলিও মন্তব্য কৰে প্ৰেমা খাণ্ডুৱে।

 

I can listen to this song a thousand times yet never get tired of it.

‘Hamara Arunachal’ is a song written by music maestro #BhupenHazarika, and sung today on every official occasion evoking great feelings of love for our beautiful State.

Performance by students of @RGU1984. pic.twitter.com/lg2C1Em0ac

— Pema Khandu པདྨ་མཁའ་འགྲོ་། (@PemaKhanduBJP) October 10, 2021

“হামাৰা অৰুণাচল’ হৈছে সংগীতজ্ঞ ভূপেন হাজৰিকাৰ দ্বাৰা লিখা এটা গীত, আৰু আজি প্ৰতিটো চৰকাৰী অনুষ্ঠানতে আমাৰ সুন্দৰ ৰাজ্যৰ প্ৰতি প্ৰেমৰ মহান অনুভূতি সৃষ্টি কৰি এই গীতটি গোৱা হয়।” ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা ভিডিঅ’ গানটো শ্বেয়াৰ কৰি খাণ্ডুৱে টুইট কৰে।

গীতটোৰ যোগেদি চিৰ সেউজ অৰুণাচলৰ কৃষ্টি-সংস্কৃতি, বিনন্দীয়া প্ৰকৃতিৰ বৰ্ণনা কৰা হৈছে। ১৯৭৬ চনত ‘মেৰা ধৰম,মেৰী মা’ নামৰ চিনেমাখনত এই গীতটো প্ৰথম বাৰৰ কাৰণে অন্তৰ্ভুক্ত হৈছিল।এই গীতটিকেই পিছলৈ অৰুণাচল চৰকাৰে ৰাজ্যখনৰ জাতীয় সংগীত ৰূপে স্বীকৃতি দিয়ে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

গুৱাহাটীত যান-জঁট নিয়ন্ত্ৰণৰ বাবে শোভাযাত্ৰা আৰু ৰেলীৰ দৰে অনুষ্ঠান নিষিদ্ধ আৰক্ষীৰ

September 13, 2025 7:04 pm
প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

প্ৰশাসক হোৱাৰ আকাংক্ষা! বিচিচিআই-ৰ সভাপতি পদৰ দৌৰত আছে নেকি হৰভজন সিং?

September 13, 2025 6:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

আচৰিত ঘটনা! অপাৰেচনৰ মাজতে ৰোগী এৰি নাৰ্ছৰ সৈতে যৌনক্ৰিয়াত লিপ্ত চিকিৎসক

September 13, 2025 9:30 pm
২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

২০২৬ৰ নিৰ্বাচনত ৩৬ আসনত প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা ৰাইজৰ দলৰ

September 13, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd