• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ৰ পৰিৱেশ মন্ত্ৰীলৈ PETA India ৰ বিশেষ সন্মান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2021 7:22 pm
PETA India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

PETA ইণ্ডিয়াই মেঘালয়ৰ পৰিৱেশ মন্ত্ৰী জেমছ কে চাংমাক উত্তৰ-পূবৰ ৰাজ্যখনত ‘ভেগান চামৰা’ প্ৰস্তুত কৰাৰ পৰিকল্পনাৰ বাবে ‘প্ৰগতিশীল ব্যৱসায় ধাৰণা বঁটা’ প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে.

People for the Ethical Treatment of Animals (PETA)ৰ স্বেচ্ছাসেৱকসকলে শীঘ্ৰেই মেঘালয়ৰ মন্ত্ৰীজনক এই বঁটা প্ৰদান কৰিব।

চাংমাই অলপতে হায়দৰাবাদত ঘোষণা কৰিছিল যে মেঘালয় চৰকাৰে পাহাৰীয়া ৰাজ্যখনত যথেষ্ট পৰিমাণে পোৱা আনাৰস ব্যৱহাৰ কৰি চামৰা উৎপাদন কৰাৰ পৰিকল্পনা কৰিছে।

তেওঁ কৈছিল যে প্ৰশাসনে জলবায়ু পৰিৱৰ্তন সংগ্ৰহালয় খোলাৰ আৰু বিদ্যালয়ৰ পাঠ্যক্ৰমত বিষয়টো প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰি আছে।

Apply Now

“ভেগান আনাৰস-চামৰা উৎপাদনত উদগনি দি স্থানীয় কৃষকসকলক সহায় কৰাৰ এক সঠিক পৰিকল্পনাৰ লগতে ই জীৱ-জন্তু আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰটো সবল পদক্ষেপ হ’ব। সেয়েহে PETA ইণ্ডিয়াই তেওঁক প্ৰগতিশীল ব্যৱসায় ধাৰণা বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।” PETA ইণ্ডিয়াৰ জ্যেষ্ঠ অভিযান সমন্বয়ক ৰাধিকা সূৰ্যবংশীয়ে কয়।

“মন্ত্ৰীগৰাকীয়ে জলবায়ু সংকটক বৰ্তমান সময়ৰ এক নিৰ্ধাৰিত প্ৰত্যাহ্বান হিচাপে সঠিকভাৱে চিনাক্ত কৰিছে আৰু তেওঁ ইতিমধ্যে এজন পশু-কৃষিৰ স্বাৰ্থত শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি আছে।” PETA ৰ বিষয়াজনে লগতে কয়।

 

I am grateful to be part of the vision process that could turn Meghalaya into a climate action economy and I am humbled by the Progressive Business Concept Award that @PetaIndia has conferred on me. pic.twitter.com/W2J2RIOZxc

— James K Sangma (@JamesSangma1) October 13, 2021

“PETA ইণ্ডিয়াই মেঘালয়ক কৃষকসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰা চাবলৈ আশা বাদী, আনহাতে এক সমৃদ্ধ আনাৰস-চামৰা উদ্যোগৰ জৰিয়তে জীৱ-জন্তুৰ জীৱন ৰক্ষা কৰাত সহায় কৰিব।” PETA ৰ বিষয়াজনে কয়।

পেটাই বিশ্বাস কৰে যে পশু হত্যা মানৱ-প্ৰেৰিত সেউজগৃহ-গেছ নিৰ্গমনৰ প্ৰায় এক পঞ্চমাংশৰ বাবে দায়বদ্ধ আৰু ইয়াক ৰাষ্ট্ৰসংঘৰ দ্বাৰাও সমৰ্থন কৰা হৈছিল- সূৰ্যবংশীয়ে কয়।

“চামৰাৰ বাবে ব্যৱহৃত গৰু, ম’হ আৰু অন্যান্য জন্তুৰ ছাল পচি যোৱাৰ পৰা ৰখাৰ বাবে, টেনাৰীবোৰে বিভিন্ন ধৰণৰ কষ্টিক, বিষাক্ত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰে, যি জলপথ প্ৰদূষিত কৰে। টেনিং প্ৰক্ৰিয়াত সৰ্বাধিক ব্যৱহৃত ৰাসায়নিক পদাৰ্থবোৰৰ ভিতৰত এটা হৈছে ক্ৰমিয়াম, যাৰ ফলত ইয়াৰ সংস্পৰ্শলৈ অহা শ্ৰমিকসকলৰ কৰ্কট ৰোগ হ’ব পাৰে।” তেওঁ লগতে কয়।

উল্লেখ্য যে, ২০২০-২১ বৰ্ষত ভাৰতৰ পৰা জোতা, চামৰা আৰু চামৰাৰ সামগ্ৰীৰ ৰপ্তানি পৰিমাণ আছিল ৩.৬৮ বিলিয়ন আমেৰিকান ডলাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd