• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

৩০ মাৰ্চত হোৱা শিল বৰষুণত মেঘালয়ৰ ২৫০০ৰো অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হোৱা বুলি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্যত প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2018 9:34 am
hailstorm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ত যোৱা ৩০ মাৰ্চত হোৱা প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত ৰাজ্যখনৰ ২৩৭খন গাঁৱৰ মুঠ ২,৫০০ পৰিয়াল যথেষ্ট পৰিমানে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰাথমিক পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত এই তথ্য প্ৰকাশ কৰে।

এই সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি থকা অতিৰিক্ত মুখ্য সচিব পি ডব্লিউ ইংতিয়ে ৰাজ্যখনত ধুমুহা শিল বৰষুণৰ ফলত ক্ষয় ক্ষতি হোৱা বহু অঞ্চল তথা পৰিয়াল এতিয়াও নিৰ্ধাৰিত কৰিব আছে বুলি সোমবাৰে মন্তব্য কৰে।

Apply Now

নিজ নিজ জিলা সমূহৰ উপায়ুক্তসকলৰ সহযোগত ক্ষতিগ্ৰস্ত লোকসকলক সহায় সাহাৰ্য আগবঢ়াই থকা বুলিও উল্লেখ কৰে ইংতিয়ে।

উল্লেখ্য যে অচম্বিতে অহা প্ৰচণ্ড ধুমুহা আৰু শিল বৰষুণৰ ফলত ৰাজ্যখনৰ কেইবাখনো জিলা বেয়াকৈ ক্ষতিগ্ৰস্ত হয়। ক্ষতিগ্ৰস্ত জিলা কেইখন হ’ল পশ্চিম খাচী পাহাৰ, পূব গাৰো পাহাৰ, উত্তৰ গাৰো পাহাৰ আৰু পশ্চিম জয়ন্তীয়া পাহাৰ।

এই ধুমুহাৰ ফলত ঘৰ-দুৱাৰৰ লগতে শস্য পথাৰ, পশুধন আৰু আন সা-সম্পত্তিৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

জানিবপৰা মতে এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ঘৰ-দুৱাৰ হেৰাই সৰ্বস্বান্ত হোৱা পৰিয়ালসকলৰ পুনঃসংস্থাপন নোহোৱা পৰ্যন্ত প্ৰশাসনে অস্থায়ী আশ্ৰয়স্থলীৰ ব্যৱস্থা কৰি দিছে।

আনহাতে ৰাজ্য চৰকাৰে ইতিমধ্যে ক্ষতিগ্ৰস্ত লোকসকলক এককালীন সাহাৰ্য প্ৰদানৰ বাবে জিলাসমূহলৈ ২০ লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়াইছে। তাৰোপৰি যদিহে প্ৰয়োজন হয় তেন্তে ৰাজ্য চৰকাৰে জিলাসমূহলৈ আৰু অধিক আৰ্থিক অনুদান আগবঢ়াব বুলি সদৰী কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd