• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অন্ত পৰিল দুৰ্গোৎসৱৰ, বহলপুৰ চম্পাৱতী নৈত ভক্তই অশ্ৰুসিক্ত নয়নেৰে বিদায় দিলে দেৱীক

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
October 17, 2021 6:52 am
People throngs into the bijoya dashami festival at Bahalpur
230
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ থানা এলেকাধিন বহলপুৰ (পাতালপুৰ) মহামায়া মন্দিৰৰ নিকট দুই ফালে পাহাৰৰ আকৰ্ষণীয় পৰিবেশৰ মাজেৰে চিৰ প্ৰবাহমান চম্পাৱতী নৈত বহলপুৰত পূজিত দুই দেৱীৰ বিসৰ্জন পৰ্ব অতি সুন্দৰ ভাৱে সমাপন কৰা হয়।

ডিঙাত দেৱীক উঠাই সাতপাক প্ৰদক্ষিণ কৰাই নৈৰ বুকুত বিসৰ্জন দিয়ে।

চাপৰ চক্ৰৰ চক্ৰ বিষযা শান্তনু গগৈৰ নেতৃত্বত আৰু চক্ৰ পৰিদৰ্শক প্ৰফুল্ল চন্দ্ৰ দাস তথা আৰক্ষী বিষয়া প্ৰণৱ দলে আদি প্ৰশাসনৰ লোক আৰু স্থানীয় পূজা কমিটিৰ লোকৰ নীৰিক্ষণ ও সহযোগত নীতি নিয়মৰ মাজেৰে উক্ত পবিত্ৰ পৰ্ব সমাপন হয়।

দেৱী বিসৰ্জনৰ এই পৰ্ব অগণন ভক্তপ্ৰাণ ৰাইজ চম্পা নৈৰ দুই পাৰৰ লগতে ওচৰতে থকা দলঙৰ ওপৰৰ পৰা প্ৰত্যক্ষ কৰি অশ্ৰুশিক্ত নয়নেৰে সেৱা প্ৰাৰ্থনা জনাই দেৱীক বিদাই দিয়ে।

বাহলপুৰৰ উপৰি চাপৰ চহৰৰ কেবাটাও পূজা কমিটিয়ে নিজ নিজ কমিটিৰ দেৱী দুৰ্গাৰ মূৰ্ত্তি এই বহলপুৰ স্থিত চম্পাৱতী নৈত বিসৰ্জন দিয়ে।

চাপৰৰ পৰা সুদূৰ ৬ কি: মি: পথ ৰাষ্ট্ৰীয় ঘাই পথেৰে আনন্দ কৰি নাচি-বাগি বহলপুৰ মহামায়া মন্দিৰ প্ৰাংগনত উপস্থিত হোৱাৰ পিছত এক এক কৰি পৰ্য্যায় ক্ৰমে দেৱী সমূহ বিসৰ্জন দিয়া হয়। এই বিসৰ্জন পৰ্ব নিশা প্ৰায় ৮ বজা লৈকে চলে।

উল্লেখযোগ্য যে এই বেলি চাপৰৰ মৰাপাট বজাৰত মৰাচম্পা নৈৰ সুতিত পানী অতি মাত্ৰা কম থকাৰ বাবে চাপৰ কেন্দ্ৰৰ দেৱী বিসৰ্জন দিয়া হোৱা নাই গতিকে ইয়াৰে কেবাটাও দেৱী বহলপুৰ স্থিত চম্পা নৈৰ বুকুত বিসৰ্জন দিয়া হয়।

অতিমাত্ৰা ৰদ আৰু মাত্ৰাধিক গৰমৰ বাবে অতিষ্ঠ হৈছে যদিও পূজা চাবলৈ অসংখ্য লোক তথা ভক্ত প্ৰাণ ৰাইজ উৎসাহিত ওলাই আহে।

জিলাপিৰ জুতি লোৱাৰ লগতে বিশেষ কৈ চাহ, ৰেষ্টোৰেণ্ট আদি ফাষ্ট ফুড দোকান সমূহত পুৰুষ মহিলাৰ ভিৰ অতিমাত্ৰা দেখা যায়।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd