• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় পৰ্যায়ত গোলাঘাটৰ কিক বক্সিং দলৰ সাফল্য; দহ জন খেলুৱৈৰ সোণৰ পদক লাভ

মীনাক্ষী ফুকন, গোলাঘাট by মীনাক্ষী ফুকন, গোলাঘাট
October 18, 2021 9:50 am
IMG-20211018-WA0001

ফটো: নৰ্থইষ্ট নাও।

199
VIEWS
Share on FacebookShare on Twitter

Gold Medal at National level Kick Boxing ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক বুটলি অসমৰ লগতে গোলাঘাটলৈ কঢ়িয়াই আনিলে এক অনন্য সাফল্য।

গোৱাৰ মাঠগাঁও নৰসিমহা দামোদৰ নাইট হলত ৮ অক্টোবৰত অনুষ্ঠিত হোৱা নেশ্যনেল খেল’ ইণ্ডিয়া (Regular.By _khelo India), ফিট ইণ্ডিয়াৰ কিক বক্সিং  প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি মুঠ দহ জন খেলুৱৈয়ে সোণৰ পদক অর্জন কৰিবলৈ সক্ষম হয়।

গোলাঘাট লক্ষীবাৰীৰ উত্তম বল্লভ গোস্বামী, গোলাঘাটৰ দেৱাংগ পল্লৱ শইকীয়া, ৰঞ্জন নাথ, বিশাল গুপ্তা, মিলন বৰতামূলী, অভিনৱ মহন্ত, আৰ্নিশ চাহু, মৃগাংগ বৰ্মন, মেঘা জৈন, মানচি পালে সদ্য সমাপ্ত হোৱা প্ৰতিযোগিতাখনত সোণৰ পদক লাভ কৰি গোলাঘাটলৈ গৌৰৱ কঢ়িয়াই আনিছে।

গোলাঘাটৰ পৰা যোৱা এই দলটোৰ দলপতি আছিল ৰাজেশ গুপ্তা। 

Recent News

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd