• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, গ্ৰহণ কৰা হ’ল কি কি সিদ্ধান্ত ?

শেহতীয়াকৈ দুই তিনিদিনৰ পৰিস্হিতি চাই ক'ভিড সম্পৰ্কীয় সিদ্ধান্ত ল'ব চৰকাৰে

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
October 19, 2021 4:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটত লোৱা বিশেষ সিদ্ধান্ত সমূহ এনেধৰণৰ-

১)খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনত যি সমূহ সুলভ মূল্যৰ দোকান আছে আৰু যিবোৰ দোকানত ৫০ খন বা তাতকৈ কম ৰেচন কাৰ্ড আছে সেই সমূহ অন্য সূলভ মূল্যৰ দোকানৰ লগত চামিল কৰা হ’ব।

Apply Now

কিন্তু যি সমূহ দোকান বিধৱা বা শাৰিৰীক ভাৱে সক্ষম লোক সকলৰ হাতত আছে সেই সমূহ দোকানক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে।

২)চিচি টেঙানী ট্ৰাইবেল বেল্টত ৮৯ খন গাওঁ অন্তভুৰ্ক্ত কৰা হৈছে।

৩) শ্ৰম আয়ুক্তৰ মতে শ্ৰমিকৰ সুৰক্ষা, কাম কৰাৰ পৰিবেশ আদি সকলো দিশ সামৰি কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদন অসম চৰকাৰে গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ ৰূপায়ণৰ কাম চলিব।

৫) নতুন থানা, পুৰণি থানাৰ মেৰামতিৰ বাবে, নিৰ্মাণৰ বাবে ১২০ কোটি টকাৰ অনুমোদন।

৬) ৯ হাজাৰ টা ট্ৰেন্সফৰ্মাৰ ক্ৰয় কৰাৰ সিদ্ধান্ত। লগতে ৪২০০টা ট্ৰেন্সফৰ্মাৰ মেৰামতিৰ বাবে সিদ্ধান্ত গ্ৰহণ। লগতে ৭০ টা উপ ষ্টেচন নতুনকৈ নিৰ্মাণৰ সিদ্ধান্ত। ১১ টা ডাঙৰ ট্ৰেন্সফৰ্মাৰ ক্ৰয়ৰ সিদ্ধান্ত। এই খিনি কামৰ বাবে ২৫০ কোটি টকা ধার্য্য কৰা হৈছে।

৭) গ্ৰাম্য অঞ্চলৰ ৪ লাখ ৮০ হাজাৰ ২৯৫ টা ঘৰত বিজুলী সংযোগ দিবলৈ বাকী আছে। সেই সমূহ ঘৰত বিজুলী সংযোগ দিবৰ বাবে ১৭১৮ কোটি টকা অনুমোদন।

৮)ৰাজ্যখনৰ ৪৮,২৩১ টা অংগনাবাড়ী কেন্দ্ৰ আৰু ১৩ হাজাৰ ১২০ খন প্ৰাথমিক স্কুলত বিজুলী সংযোগৰ সিদ্ধান্ত। ইয়াৰ বাবে ১৬১ কোটি টকা অনুমোদন দিয়া হৈছে।

৯)চহৰ অঞ্চলৰ ৬ লাখ ২০ হাজাৰ ১০০ ঘৰত নতুন স্মাৰ্ট মিটাৰ স্হাপনৰ সিদ্ধান্ত। স্মাৰ্ট মিটাৰ হোৱাৰ পিছত বিল অনলাইন, বিদ্যুৎ ঘৰলৈ নোযোৱাকৈ কৰ্তন আৰু সংযোগৰ ব্যৱস্হা কৰিব পৰা যাব।

১০)সদৌ অসম মইনা পাৰিজাতক গুৱাহাটীৰ বেলতলা মৌজাৰ সৰুসজাই গাৱঁত ডেৰ বিঘা মাটি কাৰ্যালয়ৰ বাবে অনুমোদন দিয়া হৈছে।

১১)খিলঞ্জীয়া আৰু জনজাতীয় লোকবিশ্বাস আৰু সংস্কৃতি বিভাগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিছু দিন পূৰ্বে মুকলি কৰিছিল। অসমৰ খিলঞ্জীয়া লোকৰ লোকবিশ্বাস আৰু সংস্কৃতি উজ্জীৱিত কৰিবৰ বাবে আজি কেবিনেটে এই বিভাগটোৰ অন্তৰ্গত এটা সঞ্চালকালয় মুকলিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

অতি শীঘ্ৰে এই বিভাগটোৰ সঞ্চালককে ধৰি সকলো বোৰ পদৰ নিযুক্তি সম্পূৰ্ণ কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত।

লগতে মুখ্যমন্ত্ৰীৰ সৈতে ক’ভিডক লৈ আলোচনা হৈছে পূজাৰ পিছতে। এসপ্তাহৰ ভিতৰতে দূৰ্গা পূজাৰ পিছৰ কভিড পৰিস্হিতিক লৈ কিছু সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। শেহতীয়াকৈ দুই তিনিদিনৰ পৰিস্হিতি চাই সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd