• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ ভক্তৰ ৰোষত পৰিল বিৰাট কোহলীও,কি অপৰাধ কৰিলে কোহলীয়ে?

প্ৰদ্যুন্ম গগৈ by প্ৰদ্যুন্ম গগৈ
October 19, 2021 6:17 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ ভক্তসকলৰ পৰা সাৰি নগ’ল বিৰাট কোহলীও।

শেহতীয়াকৈ টীম ইণ্ডিয়াৰ অধিনায়কজনে টি২০ বিশ্বকাপত ব্যস্ত হৈ আছে। তাৰ মাজতে তেওঁ এটা বিশেষ সজাগতা অভিযানো আৰম্ভ কৰিছে। অভিযানটো হৈছে এটা ‘পৰিপূৰ্ণ দিৱালী উদযাপন’ৰ বাবে তেওঁ সপ্তাহজোৰাকৈ কিছু টিপছ প্ৰদান কৰিব।

প্ৰিণ্টাৰেষ্টৰ সহযোগত তেওঁ এটা নিজে কৰা ভিডিঅ’ত এই কথা জনাইছে। ভিডিঅ’টো তেওঁৰ অফিচিয়েল টুইটাৰতো শ্বেয়াৰ কৰা হৈছে।

তাত তেওঁ কৈছে যে চলিত বৰ্ষটো সমগ্ৰ বিশ্ব আৰু বিশেষকৈ ভাৰতীয়সকলৰ বাবে কঠিন সময়। এই সময়ছোৱাত দিৱালীৰ দৰে উৎসৱৰ মহত্ব আছে। সেয়ে আত্মীয় তথা পৰিয়ালবৰ্গৰ স’তে উৎসৱৰ আনন্দ উপভোগ কৰিবলৈ কোহলীয়ে আহ্বান জনায়।

Apply Now

Over the next few weeks, I'll be sharing a series of my personal tips for celebrating a meaningful Diwali with loved ones and family. Stay tuned by following my Pinterest profile 'viratkohli' – link in bio 🪔@Pinterest#diwali2021 #AD pic.twitter.com/KKFxyK3UTG

— Virat Kohli (@imVkohli) October 17, 2021

তাৰপাছতে টুইটাৰত ভিডিঅ’টো ভাইৰেল হৈ পৰে। হিন্দুত্ববাদী তথা ভক্তসকলৰো চকুত পৰে ভিডিঅ’টো। তৎক্ষণাৎ তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰি লয় কোহলীক। টুইটাৰত Suno Kohliৰ উপৰিও bhok mat kohli হেছটেগেৰে অভব্য আচৰণো কৰে ভক্তসকলে। হেছটেগ দুটা ট্ৰেণ্ডিঙত অহা দেখা যায়।

তাত তেওঁলোকে প্ৰশ্ন কৰে যে কোহলীয়ে কিয় হিন্দু উৎসৱৰ বিষয়ে কথা ক’ব? আনকি বহুতো ভক্তই কোহলীৰ আহ্বানটোক সাম্প্ৰদায়িক ৰূপো দিয়ে। তেওঁলোকে কয় যে ফটকা-বোমা পৰিহাৰ কৰি পৰিৱেশ সুৰক্ষাৰ কথা কোৱা ক্ৰিকেটাৰজনে কিয় মুছলমানসকলৰ ঈদক লৈ একো নকয়।

যোৱা বৰ্ষও কোহলীয়ে দিৱালীৰ আগে আগে অনুৰাগীসকলক এটা বিশেষ আহ্বান জনাইছিল। সেয়া হৈছে দিৱালীৰ দিনা যাতে সকলোৱে পৰিৱেশ বিনষ্টকাৰী ফটকা-বোমা নুফুটোৱাকৈ উৎসৱৰ আনন্দ উপভোগ কৰে। সেইবাৰো ভক্তসকলে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

উল্লেখযোগ্য যে দিৱালীৰ দিনা ফটকা-আতচবাজী জ্বলোৱাৰ ফলত পৰিৱেশ প্ৰদূষিত হোৱাটো এটা গুৰুত্বপূৰ্ণ বিষয়। এনেধৰণৰ এটা বিষয়ত জড়িত হৈ পৰাটোৱে কোহলীৰ সমাজ সচেতনতাকে প্ৰতিফলন কৰিছে। কিন্তু যিকোনো কথাকে সাম্প্ৰদায়িক ৰূপ দিয়াত সিদ্ধহস্ত ভক্তসকলৰ প্ৰতিক্ৰিয়াই সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।

প্ৰদ্যুন্ম গগৈ

প্ৰদ্যুন্ম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd