• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মস্কোত তালিবান প্ৰতিনিধিৰে বৈঠকত মিলিত ভাৰতীয় শীৰ্ষ বিষয়াৰ প্ৰতিনিধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2021 10:57 am
Indian delegation meets Taliban team in Moscow
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মস্কো ফৰ্মেটৰ তৃতীয় বৈঠকৰ সময়ত মিলিত হয় ভাৰত আৰু অন্তৱৰ্তীকালীন তালিবান চৰকাৰৰ প্ৰতিনিধি দল।

এক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি বুধবাৰে অনুষ্ঠিত বৈঠকত দুয়োপক্ষই নতুন দিল্লীৰ মানৱীয় সাহায্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু কূটনৈতিক সম্পৰ্ক উন্নত কৰাৰ বিষয়ত আলোচনাত মিলিত হয়।

ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব জে পি সিঙে। আনহাতে তালিবান প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছিল অন্তৱৰ্তীকালীন আফগানিস্তান চৰকাৰৰ উপ প্ৰধানমন্ত্ৰী মৌলাৱী আব্দুল ছালাম হানাফিয়ে।

তালিবানে এক বিবৃতিত দাবী কৰিছিল যে দুয়োপক্ষই পাৰস্পৰিক বিষয়বোৰ বিবেচনা কৰে আৰু কূটনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্ক উন্নত কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে।

তালিবানৰ মতে তালিবান শাসিত আফগানিস্তানলৈ ভাৰতে মানৱীয় সহায় আগবঢ়োৱাৰ আশ্বাস দিছে।

Apply Now

অৱশ্যে প্ৰতিবেদনখনত কোৱা হৈছে যে বৈঠকখনত ৰাছিয়া আৰু ভাৰতৰ দ্বাৰা তালিবানৰ স্বীকৃতিৰ ওপৰত গুৰুত্ব দিয়া নাছিল।

তালিবানৰ সৈতে সম্পৰ্কৰ পক্ষপাতী ৰাছিয়াই তালিবানৰ শাসনক পোনপটীয়াভাৱে সোনকালেই স্বীকৃতি দিবলৈ আগ্ৰহী নহয়।

ভাৰত, ৰাছিয়া, তাজিকিস্তান আৰু ইৰাণে আফগানিস্তানত এক অন্তৰ্ভুক্ত চৰকাৰৰ অভাৱ কমালে।

মস্কো ফৰ্মেটৰ বৈঠকৰ পিছত জাৰি কৰা এক যুটীয়া বিবৃতিত উল্লেখ কৰা হৈছে যে অংশগ্ৰহণকাৰীসকলে তালিবান চৰকাৰক আনুষ্ঠানিকভাৱে স্বীকৃতি নিদিয়াকৈ আফগানিস্তানৰ সৈতে সম্পৰ্কৰ ওপৰত গুৰুত্ব দিছিল।

যুটীয়া বিবৃতিটোত এইদৰে কোৱা হৈছে: “আন্তৰ্জাতিক সম্প্ৰদায়ৰ দ্বাৰা নতুন আফগান চৰকাৰৰ আনুষ্ঠানিক স্বীকৃতি নিৰ্বিশেষে আফগানিস্তানৰ সৈতে অধিক ব্যৱহাৰিক সম্পৰ্ক নতুন বাস্তৱতাক বিবেচনা কৰাৰ প্ৰয়োজন আছে।”

অংশগ্ৰহণকাৰী দেশসমূহে তালিবান নেতৃত্বক শাসন ব্যৱস্থা উন্নত কৰাৰ বাবে পৰৱৰ্তী পদক্ষেপ ল’বলৈ আৰু প্ৰকৃতাৰ্থত এক অন্তৰ্ভুক্ত চৰকাৰ গঠন কৰিবলৈ আহ্বান জনায় যি দেশৰ সকলো মুখ্য নৃতাত্ত্বিক-ৰাজনৈতিক শক্তিৰ স্বাৰ্থক পৰ্যাপ্তভাৱে প্ৰতিফলিত কৰে।

এমাহ আগতে দোহাত তালিবানৰ উপ বৈদেশিক মন্ত্ৰী শ্বেৰ মহম্মদ আব্বাছ ষ্টানিকজাইৰ সৈতে ভাৰতীয় দূত দীপক মিত্তালৰ বৈঠকৰ পিছত ভাৰত আৰু তালিবানৰ মাজত এইয়া দ্বিতীয় দ্বিপাক্ষিক বৈঠক আছিল।

আন এক প্ৰতিবেদনত তালিবান শাসিত আফগানিস্তানৰ ইছলামিক আমিৰাতৰ এজন চৰকাৰী মুখপাত্ৰ জাবিয়াহুল্লাহ মুজাহিদৰ উদ্ধৃতি দি বৈঠক সন্দৰ্ভত কোৱা হৈছে, “ইছলামিক আমিৰাতৰ প্ৰতিনিধি দলটোৱে ইৰাণ, পাকিস্তান আৰু আফগানিস্তানৰ বাবে ভাৰতৰ বিশেষ প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰিছিল।”

দুয়োপক্ষই পপাৰস্পৰিক উদ্বেগ বিবেচনা কৰা আৰু কূটনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্ক উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে বুলি তালিবানৰ মুখপাত্ৰগৰাকীয়ে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd