• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত-ইংলেণ্ডৰ টেষ্ট শৃংখলাৰ চূড়ান্ত মেচৰ দিন ঘোষণা, অহা বৰ্ষৰ জুলাইত অনুষ্ঠিত হ’ব পঞ্চম টেষ্ট

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
October 22, 2021 7:08 pm
England VS India Test Series
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা মাহত ক’ভিদৰ প্ৰাদুৰ্ভাৱৰ বাবে স্থগিত ৰখা ভাৰত আৰু ইংলেণ্ডৰ মাজত পঞ্চম তথা অন্তিম টেষ্ট অহা বছৰৰ জুলাইত অনুষ্ঠিত হ’ব। আজি এই কথা সদৰী কৰিছে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট বোৰ্ডে।

ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট বোৰ্ড(ECB)- এ ঘোষণা কৰে যে খেলখন মানচেষ্টাৰৰ পৰা এজবাষ্টনলৈ স্থানান্তৰিত কৰা হৈছে আৰু ই ভাৰতৰ সীমিত অভাৰৰ ক্ৰিকেট শৃংখলাৰ বাবে ইংলেণ্ড ভ্ৰমণৰ সময়ত অনুষ্ঠিত হ’ব।

খেলখন ২০২২ বৰ্ষৰ ১ জুলাইৰ পৰা অনুষ্ঠিত হ’ব।

Apply Now

ইচিবিয়ে এক বিবৃতিত কয়, “ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ড (ইচিবি) আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) মাজত হোৱা আলোচনাৰ পিছত এতিয়া ১ জুলাই, ২০২২ ৰ পৰা এজবাষ্টনত পঞ্চমখন খেলৰ দিন নিৰ্ধাৰণ কৰা হয়।”

পূৰ্বে বাতিল হোৱা টেষ্টৰ টিকট ক্ৰয় কৰা দৰ্শকসকলে নতুনকৈ টিকট ক্ৰয় কৰিব নালাগে বুলি জনায় ইচিবিয়ে।

যোৱা মাহত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত স্পষ্ট কৰি দিছিল যে পুনৰ নিৰ্ধাৰিত মেচখন পূৰ্বৰ শৃংখলাটোৰে সম্প্ৰসাৰণ হ’ব। এই টেষ্টখনক একক শৃংখলাৰ টেষ্ট হিচাপে অনুষ্ঠিত কৰা নহয়।

গাংগুলীয়ে মন্তব্য কৰিছিল যে, “আমি শৃংখলাটো সম্পূৰ্ণ হোৱাটো বিচাৰো কিয়নো ২০০৭ চনৰ পৰা এইটো ইংলেণ্ডত আমাৰ প্ৰথম শৃংখলা জয় হ’ব ।”

উল্লেখ্য যে ইংলেণ্ড ভ্ৰমণৰত ভাৰতীয় দলৰ প্ৰশিক্ষক ৰবি শ্ৰাস্ত্ৰীৰ লগতে দলৰ কেইবাজনো সহায়কৰ শৰীৰত কোভিড-১৯ ধৰা পৰাৰ পিছত শৃংখলাৰ অন্তিম টেষ্টখন বাতিল হৈছিল। সেই সময়ত ভাৰতীয় দল শৃংখলাত ২-১ ব্যৱধানত আগবাঢ়ি আছিল।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

June 24, 2026 9:40 am
জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

দুটাকৈ গ’লেৰে মেছিক প্ৰত্যুত্তৰ ৰোনাল্ডোৰ! উজবেকিস্তানক ৫ গ’লত পৰাস্ত কৰিলে পৰ্তুগালে

June 24, 2026 9:40 am
জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd