• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NSCN-IM on peace talk কিয় নতুন প্ৰধান মধ্যস্থতাকাৰীকলৈয়ো সন্তুষ্ট নহয় নগা বিদ্ৰোহী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2021 9:39 am
peace-talks
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NSCN-IM on peace talk কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ এনএছচিএন-আইএমৰ সৈতে শান্তি আলোচনাৰ বাবে পূৰ্বৰ আৰ এন ৰবিৰ স্থানত প্ৰধান মধ্যস্থতাকাৰী হিচাপে নিযুক্তি দিছিল আই বিৰ বিশেষ সঞ্চালক এ কে মিশ্ৰক।  

কিন্তু নগা বিদ্ৰোহী গোটটোৰ সৈতে কেন্দ্ৰই আলোচনা পুনৰ আৰম্ভ কৰাৰ প্ৰায় এমাহৰ ভিতৰতে এনএছচিএন-আইএমৰ পৰা আহিছে শক্তিশালী বিবৃতি।

এনএছচিএন-আইএমে কৈছে যে কেন্দ্ৰৰ নতুন প্ৰধান মধ্যস্থতাকাৰীগৰাকীয়ে ‘সকলো প্ৰচাৰিত বিষয়সমূহ ধৰি ৰখাত ব্যৰ্থ হৈছে’।

Apply Now

শনিবাৰে এনএছচিএন-আইএমৰ বিবৃতিত কোৱা হৈছে যে মিশ্ৰৰ নিযুক্তি আৰু প্ৰায় দুবছৰৰ বিৰতিত পুনৰ আৰম্ভ হোৱা আলোচনাৰ জৰিয়তে ‘ নগা সমস্যাৰ সমাধান প্ৰায় চূড়ান্ত হোৱাৰ দিশে বুলি অত্যধিক প্ৰচাৰ চলোৱা হৈছে’।

বিদ্ৰোহী সংগঠনটোৱে স্পষ্ট কৰি দিয়ে যে ভাৰত চৰকাৰে নিৰৱিচ্ছিন্নভাৱে নগা সমস্যা সমাধানৰ দিশত মূল সমস্যাসমূহত ৰাজনৈতিক পলায়নবাদৰ আশ্ৰয় লোৱাত সকলোধৰণৰ প্ৰচাৰ ফুটুকাৰ ফেন হৈ ধৰা দিছে।

Also Read: হিন্দু যুৱতীক বিয়া কৰাবলৈ ধৰ্মীয় পৰিচয় গোপনে ৰখা এজন ৩৫ বছৰীয়া লম্পটক গ্ৰেপ্তাৰ আৰক্ষীৰ

এনএছচিএন-আইএমৰ দাবীৰ প্ৰতি কেন্দ্ৰৰ স্থিতি দুৰ্ভাগ্যজনক বুলি অভিহিত কৰি বিদ্ৰোহী গোটটোৱে অভিযোগ কৰে যে ভাৰত চৰকাৰে এতিয়াও আলোচনাৰ গুৰুত্বপূৰ্ণ পৰ্যায়ত দৃষ্টি নিক্ষেপ কৰা নগা পতাকা আৰু সংবিধানৰ বিষয়টোৰ সন্তুলনৰ ক্ষেত্ৰত টুপাই বুৰ মাৰিছে।

নাগালেণ্ডৰ বাবে পৃথক পতাকা আৰু সংবিধান এনএছচিএন-আইএমৰ দুটা প্ৰধান দাবী কেন্দ্ৰই প্ৰত্যাখ্যান কৰিছে।

নগা বিদ্ৰোহী গোটটোৰ যুক্তি যে নগাসকলৰ বাবে পতাকাখন ‘মাত্ৰ কাপোৰ এটুকুৰা নহয়’, কিন্তু ‘নগা জাতিৰ গৌৰৱ আৰু মূল্যবোধৰ’ এক প্ৰতীক।

Also Read: T20 World Cup যোৱাবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজক বিধ্বস্ত কৰি টী-২০ বিশ্বকাপত অভিযান আৰম্ভ কৰিলে ইংলেণ্ডে

এনএছচিএন-আইএমে কয় যে তেওঁলোকে পতাকাখনক এখন ‘ সাংস্কৃতিক প্ৰতীক’ হিচাপে গ্ৰহণ কৰাৰ কেন্দ্ৰৰ প্ৰস্তাৱৰ দ্বাৰা ‘প্ৰভাৱিত’ নহয়।

‘’নগা সমস্যা এক সাংস্কৃতিক সমস্যা নহয় যে ভাৰত চৰকাৰে নগা পতাকাৰ দ্বাৰা সূচিত কৰা নগা ৰাজনৈতিক পৰিচয় বাদ দি নগা পতাকাক এক সাংস্কৃতিক পতাকা হিচাপে সলনি কৰা উচিত,’’-বিদ্ৰোহী গোটটোৱে বিবৃতিত এইদৰে কয়।

বিবৃতিটোত বিদ্ৰোহী গোটটোৱে স্পষ্ট কৰি দিয়ে ‘’ এনএছচিএনে নগা জনসাধাৰণক ভাৰত চৰকাৰে ৰচনা কৰা জালত পেলাই আন এক মহাভুলৰ বলি হ’বলৈ নিদিয়ে।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd