• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ৰমাৎ ৰাজনৈতিক আকৰ্ষণ বৃদ্ধি তামুলপুৰত, দলীয় নেতা-কৰ্মীৰে উদুলি-মুদুলি তামুলপুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 25, 2021 5:36 pm
235
VIEWS
Share on FacebookShare on Twitter

উপ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উৎকণ্ঠা বৃদ্ধি পাইছে তামুলপুৰ সমষ্টিত। সমষ্টিটোত সমাৱেশ ঘটিছে বহু ৰাজনৈতিক নেতা-কৰ্মীৰ।

আজি তামুলপুৰত এক সভাত অংশগ্ৰহণ কৰে অসম জাতীয় পৰিসদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। তামুলপুৰত উপস্থিত হৈ সাংবাদিকৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য কৰে লুৰীণজোতি গগৈয়ে।

তেওঁ কয় যে বিগত নিৰ্বাচনত মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ বাবেহে বিজেপি দলক ভোট দিছিল। কিন্তু এইবাৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাইজে ভোট দিব লাগে।

বিজেপিয়ে জনতাৰ তেজ শুহি খায় বুলি তেওঁ ভাষ্যত উল্লেখ কৰে। লগতে তেওঁ কয় যে, বিজেপিয়ে কেৱল হিন্দু-মুছলমানৰ ৰাজনীতি কৰে।

আনহাতে উপ নিৰ্বাচনৰ প্ৰাকক্ষনত তামুলপুৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে মিত্ৰ জোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ মাৰাথন প্ৰচাৰ চলাইছে।

তামুলপুৰত ইউপিপিএলৰ মনোনীত মিত্ৰ জোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীয়ে বহু ভোটত জয়ী হ’ব বুলি ভৱিষ্যত বাণী কৰে প্ৰমোদ বড়োৱে।

তেওঁ কয়, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তামুলপুৰত আহি ক’ত দলং লাগে, ক’ত ৰাস্তা লাগে, ক’ত স্কুল কলেজ লাগে সেই বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।সেয়ে মিত্ৰ জোঁটৰ প্ৰাৰ্থীক ভোট দি জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় নেতাজনে।

মূল্য বৃদ্ধিৰ প্ৰসঙ্গত বড়োৱে কয় যে গোটেই ভাৰতৰ পলিচিৰ লগত জড়িত। মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰে অতি সোনকালে ব্যৱস্থা কৰিব বুলি আশ্বাস দিয়ে প্ৰমোদ বড়োৱে।

ইফালে বিপিএফকে ধৰি বিভিন্ন দল সংগঠনৰ ডেৰ শতাধিক নেতা কৰ্মীয়ে তামুলপুৰৰ গয়বাৰী মণ্ডল বিজেপিত যোগদান কৰে।

কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ উপস্থিতিত দলত যোগদান কৰে এই নেতা-কৰ্মীসকলে। 

Recent News

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd