• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Centre Warns Assam:কেন্দ্ৰৰ পত্ৰই অসাৰ প্ৰতিপন্ন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ কোভিড বৃদ্ধি নোহোৱাৰ দাবীক

বৃদ্ধি পাইছে ক'ৰ'নাৰ সংক্ৰমণ, অসম চৰকাৰক সকিয়ালে কেন্দ্ৰই

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 30, 2021 6:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য খনত ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা নাই বুলি দৃঢ়তাৰে কৈ অহাৰ সময়তে কেন্দ্ৰই এই বিষয়ত দিয়া সকিয়নীয়ে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ যে কোনো ভিত্তি নাই তাকেই প্ৰতিপন্ন কৰিলে।

অসমত ক’ৰ’নাৰ সাপ্তাহিক পজিটিভিটিৰ হাৰ উৰ্ধগামী হোৱাৰ লগতে কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাও বৃদ্ধি পোৱা বুলি খোদ কেন্দ্ৰীয় চৰকাৰেই প্ৰকাশ কৰিলে।এনডিটিভিৰ বাতৰিত এই কথা প্ৰকাশ পাইছে।

Apply Now

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ অতিৰিক্ত সচিব আৰতি আহুজাই অসমত কোভিড ৰোগীৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি তথা সেই অনুপাতে অসম চৰকাৰে কোভিড পৰীক্ষাৰ হাৰ বৃদ্ধি কৰিব নোৱাৰাৰ বিষয়টোত গভীৰ উদ্বেগ ব্যক্ত কৰিছে।

সেইমৰ্মে যোৱা ২৬ অক্টোৱৰতে কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰৰ অতিৰিক্ত সচিবগৰাকীয়ে অসমৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰ খনত অতিৰিক্ত সচিব গৰাকীয়ে কোভিড সম্পৰ্কীয় বিধি যাতে কঠোৰ ভাবে মানি চলা হয় সেই বিষয়ত অসম চৰকাৰক সতৰ্ক কৰি দিছে।

স্বাস্থ্য দপ্তৰৰ অতিৰিক্ত সচিব আহুজাই পত্ৰ খনত ২০ৰ পৰা ২৬ অক্টোৱৰৰ ভিতৰত অসমত কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছে। একেদৰে ২৫ অক্টোৱৰৰ পৰা বিগত চাৰিটা সপ্তাহত অসমত কোভিড পজিটিভিৰ হাৰ বৃদ্ধি পোৱা বুলিও তেওঁ উল্লেখ কৰিছে।

স্বাস্থ্য দপ্তৰৰ পত্ৰ খনত কোৱা হৈছে যে ২০ৰ পৰা ২৬ অক্টোৱৰৰ ভিতৰত অসমত কোভিড ৰোগীৰ সংখ্যা ৪১ শতাংশ বৃদ্ধি পাইছে। একেদৰে ২৮ ছেপ্তেম্বৰৰ পৰা ৪ অক্টোৱৰলৈ অসমত কোভিড পজিটিভিটিৰ হাৰ ১.৮৯ শতাংশৰ ভিতৰত আছিল যদিও১৯ৰ পৰা ২৫ অক্টোৱৰৰ ভিতৰত সেই হাৰ ২.২২ শতাংশলৈ বৃদ্ধি পোৱা বুলি পত্ৰ খনত স্পষ্ট ভাবে উল্লেখ কৰা হৈছে।

কোভিড পৰীক্ষাৰ ক্ষেত্ৰতো অসম চৰকাৰক সতৰ্ক কৰি দিছে কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে। পত্ৰ খনত কোৱা হৈছে যে ২৮ ছেপ্তেম্বৰৰ পৰা ৪ অক্টোৱৰলৈ অসমত কোভিড পৰীক্ষা কৰা হৈছিল ১,৬৪,০৭১ টা। কিন্তু ১৯ অক্টোৱৰৰ পৰা ২৫ অক্টোৱৰৰ ভিতৰত কোভিড পৰীক্ষা ১,২৭,০৪৮ টালৈ হ্ৰাস পায়।

এনে পৰিস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে অসম চৰকাৰক কোভিড পৰীক্ষা বৃদ্ধি কৰিবলৈও কঠোৰ নিৰ্দেশ দিছে। কেন্দ্ৰৰ এই পত্ৰ খনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কোভিড বঢ়া নাই বুলি কৰি অহা মন্তব্যক অসাৰ প্ৰতিপন্ন কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

ভাৰতৰ ৩ নং স্থানত নতুন ‘মিষ্টাৰ ডিপেণ্ডডেবল’ পাডিক্কাল! শ্ৰীলংকাৰ বিৰুদ্ধে ‘চিন্তা’ ৰাহুলৰ আঘাত

August 16, 2026 8:06 am
হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

পৰেশ বৰুৱাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আজি অনশনত বহিব আৰএছএছ কৰ্মীয়ে

August 16, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd