• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মই মৰা নাই, জীয়াই আছো’, দৰঙৰ দুৰ্ঘটনাত ‘মৃত’ ঘোষিত ইউটিউবাৰ ছানিয়া আখতাৰৰ ঘোষণা

শশাংক তালুকদাৰ, বজালী by শশাংক তালুকদাৰ, বজালী
November 3, 2021 2:55 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৰঙৰ বেছিমাৰীত ৩১ অক্টোৱৰৰ আবেলি সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত উদীয়মান ইউটিবাৰ বৰপেটাৰ ছানিয়া আখতাৰা নিহত হোৱা বুলি বিভিন্ন নিউজ চেনেল আৰু ৱেব প’ৰ্টেল (নৰ্থ ইষ্ট নাওত নহয়)ত বাতৰি সম্প্ৰচাৰ হৈছিল।

কিন্তু শেহতীয়াকৈ সকলোকে আচৰিত কৰি ইউটিবাৰ ছানিয়া আখতাৰাই এইবুলি ঘোষণা কৰিছে যে তেওঁৰ মৃত্যু ঘটা নাই আৰু তেওঁ বৰ্তমান সুস্থ শৰীৰে জীয়াই আছে।

দৰাচলতে একাংশ নিউজ চেনেলে বেছিমাৰীৰ দুৰ্ঘটনাটোত কোন কোন নিহত হৈছে সেই বিষয়ে সঠিক খবৰ সংগ্ৰহ নকৰাকৈয়ে বাতৰি সম্প্ৰচাৰ কৰিছিল।

যিহেতু দুৰ্ঘটনাত নিহত লোকসকলে ইউটিউবৰ অনুষ্ঠানৰ শ্বুটিঙৰ বাবে গৈছিল সেইবাবেই বহুতে ১৩ বছৰীয়া ইউটিউবাৰ ছানিয়া আখতাৰৰ মৃত্যু ঘটা বুলি প্ৰচাৰ কৰিছিল।

Apply Now

এনেদৰে বাতৰিৰ সত্য-সত্যতা বিচাৰ নকৰাকৈ বাতৰি প্ৰচাৰ কৰাত মনত গভীৰ আঘাত পাইছে ইউটিবাৰ ছানিয়া আখতাৰাই।

এনে ভুৱা বাতৰি প্ৰচাৰ কৰা বাবে আখতাৰৰ পৰিয়ালৰ লোকসকলে দুখ পোৱা বুলি ইউটিবাৰগৰাকীয়ে প্ৰকাশ কৰিছে।

তেওঁ যিবোৰ নিউজ চেনেল আৰু প’ৰ্টেলে তেওঁৰ মৃত্যুৰ বাতৰি সম্প্ৰচাৰ কৰিছিল সেইবোৰ চেনেল আৰু প’ৰ্টেলৰ পৰা ভুৱা বাতৰিটো আঁতৰাই পেলাবলৈ অনুৰোধ জনাইছে।

উল্লেখ্য ৩১ অক্টোৱৰত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰবেগী ছুইফ্ট ডিজায়াৰৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল এখন মালবাহী ট্ৰাকৰ।

এই দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ছুইফ্ট ডিজায়াৰখনৰ ৫জন আৰোহী। আনহাতে এই দুৰ্ঘটনাৰ ফলত তিনিজন লোক আহত হৈছিল।

তেজপুৰ অভিমুখী AS-13 CC-1002 নম্বৰৰ ট্ৰাকৰ সৈতে গুৱাহাটীমুখী AS-07G- 6794 নম্বৰৰ চুইফ্ট ডিজায়াৰ গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হৈছিল এই শোকাৱহ দুৰ্ঘটনাটো।

আহতসকলক ততালিকে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।

শশাংক তালুকদাৰ, বজালী

শশাংক তালুকদাৰ, বজালী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd